Team India meets the Prime Minister:প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ বিশ্ববিজয়ী ‘মেন ইন ব্লু’ সদস্য সকলৰ

প্ৰধানমন্ত্ৰী মোদীৰে মতবিনিময় টিম ইণ্ডিয়াৰ

team 1

Team India meets the Prime Minister:

➡️বিশ্বজয় কৰি আজি পুৱাতে টীম ইণ্ডিয়া উপস্থিত হয় গৃহভূমিত ৷

➡️টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট জয় কৰি ভাৰতত উপস্থিত হোৱা ৰোহিত বাহিনী উস্ম আদৰণি দিল্লী এয়াৰপৰ্টত ৷

➡️এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানেৰে ভাৰতলৈ আহে ভাৰতীয় বিশ্বকাপ জয়ী দলটো ৷

➡️১৩ বছৰৰ মূৰত ভাৰতে পুনৰ লাভ কৰিছিল বিশ্বজয়ী খিতাপ ৷

➡️প্ৰধানমন্ত্ৰী মোদীৰ বাসগৃহত টীম ইণ্ডিয়াক বিশেষ অভিনন্দন অনুষ্ঠান ৷

➡️প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ বিশ্ববিজয়ী ‘মেন ইন ব্লু’ সদস্য সকলৰ ৷

➡️প্ৰধানমন্ত্ৰী মোদীৰে মতবিনিময় টিম ইণ্ডিয়াৰ ৷

➡️প্ৰধানমন্ত্ৰীৰ হাতত তুলি দিয়ে বিশ্বকাপ ট্ৰফী ৷

➡️বিশ্বকাপ জয়ী খেলুৱৈক শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰীয়ে ৷

➡️প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পিছত দলটো ৰাওনা হয় মুম্বাইলৈ ৷

➡️মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামলৈ নিয়া হ’ব বিশ্বকাপ ৷

➡️মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুস্থিত হ’ব ভিক্ট’ৰী পেৰেড।

➡️ৰোহিত শৰ্মাই আনুষ্ঠানিকভাবে বিচিচিআইৰ সচিব প্ৰধান জয় শ্বাহক অৰ্পণ কৰিব বিশ্বকাপ ট্ৰফী ৷

➡️বিয়লি ৫ বজাত দলটো উপস্থিত হ’ব মেৰিন ড্ৰাইভত ৷

➡️৫ বজাৰ পৰা মেৰিন ড্ৰাইভৰ পৰা ৱাংখেড় ষ্টেডিয়ামলৈ ভিক্টৰী পেৰেড ৷

➡️ৱাংখেড়ে ষ্টেডিয়ামত অনুস্থিত হ’ব ভিক্ট’ৰী পেৰেড।

➡️ভিক্ট’ৰী পেৰেডত সাধাৰণ লোকৰ প্ৰৱেশ বিনামূলীয়া।

➡️বিনামূলীয়াকৈ চাব পাৰিব ভাৰতীয় দলৰ বিজয় পেৰেড।

➡️মুম্বাই ক্ৰিকেট সন্থাৰ সম্পাদকে প্ৰকাশ কৰিলে এই কথা।

➡️টীম ইণ্ডিয়াৰ সৈতে ভিক্ট’ৰী পেৰেডত অংশ ল’বৰ বাবে ৱাংখেড়ে ষ্টেডিয়ামত উপস্থিত ক্ৰিকেট অনুৰাগী।

➡️বিচিচিআইৰ সভাপতি ৰজাৰ বিন্নী আৰু সচিব প্ৰধান জয় শ্বাহে প্ৰধানমন্ত্ৰীক প্ৰদান কৰে ‘Namo 1’ জাৰ্চী ৷

Exit mobile version