Tigers roam amid artificial floods in Guwahati :মহানগৰীত কৃত্ৰিম বানৰ মাজতে বাঘৰ বিচৰণ !

tiger

Tigers roam amid artificial floods in Guwahati :

যোৱা নিশাৰ পৰা দিয়া নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ কেতবোৰ অঞ্চলত সৃষ্টি হৈছে কৃত্ৰিম বানৰ ৷

এই কৃত্ৰিম বানৰ মাজতে বামুণীমৈদামৰ মধুবন পাহাৰত বাঘৰ বিচৰণক লৈ শংকিত হৈ পৰিছে অঞ্চলবাসী । চিচিটিভিৰ কেমেৰাত বন্দী হৈছে বাঘৰ বিচৰণৰ দৃশ্য ৷

ইতিমধ্যে বামুণীমৈদামৰ মধুবন পাহাৰত বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰিছে ৷ সংশ্লিষ্ট এলেকাৰ লোকক পৰাপক্ষত নিশাৰ ভাগত আহযাহ কৰিবলৈ মানা কৰিছে বন বিভাগৰ লোকে ৷

Exit mobile version