Karbi Anglong Dist. Commissioner Transferred:কাৰ্বি আংলঙৰ আয়ুক্তক বদলি ৰাজ্য চৰকাৰৰ

karbianglong 1

Karbi Anglong Dist. Commissioner Transferred:

➡️কাৰ্বি আংলঙৰ আয়ুক্তক বদলি ৰাজ্য চৰকাৰৰ ৷

➡️জিলা আয়ুক্ত মধুমিতা ভাগৱতীক শিক্ষা বিভাগৰ যুটীয়া সচিব ৰূপে বদলি ৷

➡️কাৰ্বি আংলংৰ নতুন জিলা আয়ুক্ত ৰূপে নিযোজিত নিৰলা ফাংছপীক ৷

➡️ফাংছপী নিয়োজিত আছিল শ্ৰমিক কল্যাণ বিভাগৰ যুটীয়া সচিব ৷

Exit mobile version