Assam will see a for Ministers and MLAs:অসমত বৃদ্ধি পাব মন্ত্ৰী-বিধায়কৰ দৰমহা

ala

Assam will see a salary increase for Ministers and MLAs:

ৰাজ্যত বান বিভীষিকাময় পৰিস্থিতি অব্যাহত থকাৰ মাজতে ৰাজ্যৰ জন প্ৰতিনিধিৰ বৃদ্ধি পাব দা-দৰ্মহা ৷ মন্ত্ৰী-বিধায়কৰ দৰমহা-পেঞ্চন বৃদ্ধিৰ প্ৰস্তাৱ ৷ ৫০ শতাংশ দৰমহা বৃদ্ধিৰ সম্ভাৱনা মন্ত্ৰী-বিধায়কৰ

ইতিমধ্যে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধানসভাৰ উপাধ্যক্ষ ডা:নোমল মমিনৰ অধ্যক্ষতাত গঠন কৰি দিছে এখন কমিটি ৷কমিটিয়ে ক্ষতিয়াণ ল’ব মন্ত্ৰী- বিধায়কৰ দৰমহা ৷ তিনিজনীয়া কমিটীয়ে এমাহৰ ভিতৰত অধ্যক্ষক দাখিল কৰিব প্ৰতিবেদন ৷ উল্লেখ্য যে,ইয়াৰ পূৰ্বে ২০১৮ ত দা- দৰ্মহা বৃদ্ধি কৰা হৈছিল ৰাজ্যৰ মন্ত্ৰী- বিধায়কৰ ৷

Exit mobile version