CM Announced the dates of Class III and Class IV Examinations:তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা মুখ্যমন্ত্ৰীৰ

cm speech

CM Announced the dates of Class III and Class IV Examinations:

➡️তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা ৷

➡️৩৫হেজাৰ পদৰ বাবে হ’ব নিযুক্তি প্ৰক্ৰিয়া।

➡️তৃতীয় বৰ্গত হ’ব ৭,৫০০ পদৰ বাবে নিযুক্তি ৷

➡️তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ’ব ১৫, ২২, ২৯ ছেপ্টেম্বৰত ৷

➡️চতুৰ্থ বৰ্গত ৪,৫০০ পদৰ বাবেও হ’ব নিযুক্তি ৷

➡️চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ’ব ২০, ২৭ অক্টোবৰত ৷

➡️অসম লোকসেৱা আয়োগৰ আাৰ্হিত প্ৰাৰম্ভিক,মূল আৰু সাক্ষাৎকাৰ পৰ্বৰে অনুষ্ঠিত হ’ব পৰীক্ষা ৷

➡️অসম আৰক্ষীত ৬,৪৩৪ টা পদৰ বাবে হ’ব নিযুক্তি।

➡️তিনি অক্টোবৰত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা ৷

➡️এই ঘোষণা ফেচবুক লাইভযোগে কৰে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাই ৷

Exit mobile version