Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: আর্থিক ক্ষেত্ৰত উন্নত পৰিৱেশ। আপুনি দিনৰ ১২ বজাৰ পাছতহে যাত্রা কৰিব। যাত্ৰাৰ সময়ত হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব। দাম্পত্যত শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

বৃষ: কর্মক্ষেত্রত জটিলতা আছে। সন্ধিয়া তুলসীৰ তলত চাকি জলালে শুভ হ’ব। নীলা ৰং আপোনাৰ শুভ৷প্ৰেমত শুভ। যাত্রা নকৰাই উচিত। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

মিথুন: আগদিনাৰ তুলনাত আজিৰ দিনটো শুভ। আজি আপুনি যাত্রা কৰিলে বগা ৰং ব্যৱহাৰ কৰিব। শুভ কাম কৰিব। শুভ ৰং কমলা। শুভ সংখ্যা ১।

কর্কট: ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব। পুৱা যাত্ৰা কৰিব পাৰে। আপোনাক শুভ ৰং সেউজীয়া সহযোগী বন্ধুৰ পৰা আনন্দ পাব। শুভ ৰং বগা। শুভ সংখ্যা ৩।

সিংহ: কর্মক্ষেত্রত সফলতাৰ বাবে যথেষ্ট চেষ্টা কৰিব লাগিব। পুৱাৰ ভাগত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰি মন্দিৰত যাব। যাত্রা সন্ধিয়া পাঁচ বজাৰ পাছত নকৰিব। শুভ শুভ ৰং ৰঙা। শুভ সংখ্যা ৫।

কন্যা: পাৰিবাৰিক জীৱনত স্বামী-স্ত্ৰীৰ মাজত মতানৈক্য হ’ব পাৰে। পৰাপক্ষত আজি আপুনি যাত্রা নকৰাই ভাল। মন্দিৰত পূজা-পাতল কৰি ল’ব। শুভ ৰং বগা। শুভ সংখ্যা ৭।

তুলা: কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ আছে। কোনো সমস্যাৰ হ’ব। আজি সন্ধিয়া আপুনি শিৱ মন্দিৰত চাকি জলাব। যাত্ৰা কৰিব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।

বৃশ্চিক : ব্যৱসায়ত কঠিন পৰিশ্ৰমৰ অন্তত দিনটোত সফলতা। বিদ্যার্থীসকল শুভ। আবেলি তিনি বজাৰ পাছত যাত্রা নকৰাই ভাল। বিশেষ প্রয়োজন থাকিলে নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰি ল’ব। শুভ ৰং নীলা। শুভ সংখ্যা ৮।

ধনু: কৰ্মস্থানত নিজৰ অস্তিত্ব বজাই থাকিব। পুৰণি ৰোগৰ উপশম ঘটিব। ভাগত যাত্ৰা কৰিব। শুভ ৰং কমলা l ৰঙা ৰঙৰ কাপোৰ ব্যৱহাৰ কৰক। শুভ সংখ্যা ৩।

মকৰ : আৰ্থিকত শুভ। শৰীৰ মধ্যম। উত্তৰ দিশত যাত্রা নকৰিব। বিদ্যার্থীসকলৰ শুভ। শুভ ৰং মেৰুণ। শুভ সংখ্যা ২।

কুম্ভ: ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব। ঘৰুৱাত শুভ। যাত্রা নকৰাই ভাল। সন্ধিয়া মন্দিৰত যাব। প্রেমত শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।

মীন: কথা-বতৰাত সততাৰ প্ৰয়োজন। আজিৰ দিনটো যাত্ৰাৰ বাবে শুভ। বিদ্যাত শুভ। প্রেম-প্রণয়ৰ ক্ষেত্ৰত সুখী হ’ব নোৱাৰিব। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৪।

Exit mobile version