Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Horoscope

দিনটোৰ ৰাশিফল

publisher by publisher
May 30, 2025
in Horoscope
Reading Time: 1 min read
0
দিনটোৰ ৰাশিফল
1
SHARES
13
VIEWS
ShareShareShareShare

Horoscope :মেষঃ অনুকূল পৰিৱেশ। বিদ্যা-বুদ্ধিৰ চৰ্চা কৰোতাসকল উপকৃত হ’ব। কর্মস্থানত বাধা দেখা নাযায়। শুভ বর্ণ বগা বা হালধীয়া। আজি যাত্রা কৰোতে হাতত এখন বগা ৰুমাল ল’ব। শুভ সংখ্যা ২।

ADVERTISEMENT

বৃষ: কর্মস্থানত ব্যস্ত থাকিব বুলিও মনটো গধুৰ থাকিব। মন হঠাৎ বেয়াও হ’ব পাৰে। বিদ্যার্থীসকলৰ শুভ। আপুনি আজি কমলা ৰঙৰ কাপোৰ পিন্ধিব। কমলা আপোনাৰ শুভ ৰং। শুভ সংখ্যা ৫।

RelatedPosts

দিনটোৰ ৰাশিফল

দিনটোৰ ৰাশিফল

মিথুন: প্রিয় বন্ধু-বান্ধৱৰ লগত সাক্ষাৎ লাভ। কর্মাদিত বেয়া দেখা নাযায়। ভ্রমণত কষ্ট পাব পাৰে। পৰাপক্ষত ভ্রমণ নকৰাই ভাল। ঘৰুৱা অশান্তিৰ মাজত ঠিক ৰখাৰ যত্ন কৰক। শুভ বর্ণ নীলা। শুভ সংখ্যা ৩।

কর্কট: উন্নত পৰিৱেশ। ঘৰুৱা দিশত ভাল ফল পোৱাৰ আশা কৰিব পাৰে। কর্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ স’তে মতান্তৰৰ সম্ভাৱনা। যাত্রা শুভ। যাত্রা বা শুভ কাম কৰোতে আপুনি ৰঙা ৰঙৰ কাপোৰ পিন্ধিব। শুভ সংখ্যা ৭।

সিংহ: আর্থিক চিন্তা থাকিব। প্রাপ্য ধন পোৱাৰ চেষ্টাও ব্যৰ্থ হ’ব পাৰে। ধর্মীয়ানুষ্ঠানত যোগদানৰ সম্ভাৱনা আছে। কৰ্মত অৱশ্যে খ্যাতি থাকিব। যাত্রাও মধ্যম। শুভ বর্ণ পাতল সেউজীয়া। শুভ সংখ্যা ৮।

কন্যা: সুসংযোগ লাভৰ যোগ। আর্থিকত মজলীয়া ফল পাব। দায়িত্ব পূর্ণ কৰ্মৰ ক্ষেত্ৰত সচেতন হওক। আজি আপুনি পুৱা বিষ্ণু মন্দিৰত পূজা কৰিব। শুভ বর্ণ ক্রীম ৰং। শুভ সংখ্যা ১।

তুলা: কর্মাদিত হঠাৎ ব্যস্ততা বাঢ়িব। শাৰীৰিক দিশত ভালেই যাব। ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব। শুভ বর্ণ মেৰুণ ৰং। এই ৰঙৰ কাপোৰ পিন্ধি যাত্ৰা কৰিব। পূবদিশে যাত্রা কৰিলে সুফল পাব। শুভসংখ্যা ৬।

বৃশ্চিক: দূৰ যাত্ৰাদিত বাধা পৰাপক্ষত অতিপাত পৰিশ্ৰম বৰ্জন কৰক। বিদ্যা, কর্মস্থান, দাম্পত্যত পূর্বানুরূপ। শুভ বর্ণ হালধীয়া। আজি হালধীয়া ফুলেৰে পূজা কৰি সোঁ হাতত সূতা বান্ধি ল’ব। শুভ সংখ্যা ৪।

ধনুঃ ক্রমে দিনটো কিছু বাধাৰ মাজেদি পাৰ হ’ব লাগিব। খৰচ বৃদ্ধি পাব। কিছুমান দুর্ভাৱনাই লগ ধৰিব পাৰে। সেয়েহে আজি ৰাতি নিৰামিষ। আহাৰ গ্ৰহণ কৰিব। আজি আপোনাৰ শুভ বর্ণ আকাশী নীলা। শুভসংখ্যা ২।

মকৰ: বিদ্যার্থীৰ বাবে আজি দিনটো ভালেই দেখা যায়। কর্তব্যত আগ্রহ বাঢ়িব। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত গুৰুতৰ একো সিদ্ধান্ত নোলোৱাই ভাল। আপোনাৰ শুভ বর্ণ বেঙুনীয়া। যাত্রাদি শুভ। শুভ সংখ্যা ৯।

কুম্ভ: কোনো কর্মত আনন্দ পাব। হঠাৎ অর্থ লাভৰ আশা কৰিব পাৰে। মাতৃৰ শৰীৰ বেয়া নহ’ব। শুভ বর্ণ ক’লা। ক’লা ৰঙৰ কাপোৰ পিন্ধি ভ্রমণ কৰিলে সুফল পাব। শুভ সংখ্যা ৪।

মীন: পুৰণি বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে। আর্থিকত মজলীয়া ফল পাব। বিদ্যাত মধ্যম। ব্যৱসায়ত উন্নতিৰ যোগ। শুভ বর্ণ সেউজীয়া। সেউজীয়া ৰং ব্যৱহাৰ কৰিব। যাত্রাদি শুভাশুভ। শুভসংখ্যা ১।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: daily Horoscope
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

April 26, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

April 25, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

April 24, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

April 23, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

April 22, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

April 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d