Guwahati-North Guwahati Night Ferry Service Cancelled:গুৱাহাটী-উত্তৰ গুৱাহাটী নৈশ ফেৰীসেৱা বাতিল

ferry

Guwahati-North Guwahati Night Ferry Service Cancelled:

➡️গুৱাহাটী-উত্তৰ গুৱাহাটী নৈশ ফেৰীসেৱা বাতিল

➡️নিশা ৭ বজাৰ পিছত গুৱাহাটী ঘাটৰ পৰা নচলে ফেৰী ৷

➡️ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি আৰু তীব্ৰ সোঁতৰ বাবে জল পৰিবহন বিভাগৰ এই সিদ্ধান্ত ৷

Exit mobile version