Burmese Supari Seized In Guwahati Station:গুৱাহাটীৰ ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি

supari seized

Burmese Supari Seized In Guwahati Station:

গুৱাহাটী ৰে’ল ষ্টেচনত জিআৰপি আৰু আৰপিএফৰ যৌথ অভিযানত জব্দ বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি ৷ বিশেষ খবৰৰ ভিত্তিত জিআৰপি আৰু আৰপিএফৰ যৌথ দলে কামৰূপ এক্সপ্ৰেছত অৰ্তকিতে অভিযান চলাই জব্দ কৰে ১৬০ বস্তা বাৰ্মিজ চুপাৰি ৷

জব্দকৃত বাৰ্মিজ চুপাৰি খিনিৰ মূল্য প্ৰায় ৫ কোটি হ’ব বুলি জানিব দিয়ে ৰে’ল আৰক্ষীয়ে ৷ বাৰ্মিজ চুপাৰি খিনি দিল্লীৰ পৰা ডিমাপুৰলৈ সৰবৰাহৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীয়ে ৷

Exit mobile version