APCC is busy with by-elections in five constituencies in Assam: উপ- নিৰ্বাচনত অকলেই নিৰ্বাচন খেলিবলৈ সাজু কংগ্ৰেছ

jityendra singh 1

APCC is busy with by-elections in five constituencies in Assam:

➡️ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ- নিৰ্বাচনক লৈ তৎপৰ এপিচিচি

➡️উপ- নিৰ্বাচনত অকলেই নিৰ্বাচন খেলিবলৈ সাজু কংগ্ৰেছ
কংগ্ৰেছৰ তত্ত্বাৱধায়ক

➡️জীনেন্দ্ৰ সিঙৰ বাহৰ গুৱাহাটীত ৷

➡️একলা চলো নীতি গ্ৰহণ কংগ্ৰেছৰ ৷

➡️তিনিদিন ধৰি এপিচিচিৰ মাৰাথন বৈঠক ৷

➡️মহানগৰীৰ হোটেল লিলিত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক ৷

➡️উপ- নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ এই বৈঠক ৷

➡️এআইচিচিৰ সাধাৰণ সম্পাদক জীনেন্দ্ৰ সিঙৰ উপস্থিতিত এই বৈঠক।

➡️বৈঠকত অংশগ্ৰহণ এপিচিচিৰ সভাপতি ভূপেন বৰা, গৌৰৱ গগৈ ,দেৱব্ৰত শইকীয়া

➡️অংশগ্ৰহণ দলৰ বিধায়ক- সাংসদ সহ জ্যেষ্ঠ নেতাৰ।

➡️উপ- নিৰ্বাচন সন্দৰ্ভত ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া ৷

➡️৫ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী দিয়াটো বিচাৰিছে দলৰ তৃণমূল কৰ্মীয়ে ৷

➡️ ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে পুনৰ হ’ব মিত্ৰতা ৷

➡️কংগ্ৰেছ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ মন্তব্য

➡️মিত্ৰতা থকা- নথকাটো এপিচিচিয়ে ল’ব সিদ্ধান্ত ৷

Exit mobile version