Gold biscuits and foreign notes were seized at New Bangagaon station:নিউ বঙাইগাঁও ষ্টেচনত নিশা জিআৰপিৰ অভিযান

অভিযানত জব্দ ১১ খন সোণৰ বিস্কুট সহ ৮১ খন বিদেশী নোট

bangaigaon 1

Gold biscuits and foreign notes were seized at New Bangagaon station:

নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত মঙলবাৰে নিশা জি আৰ পিৰ অভিযান ৷ বিশেষ খবৰৰ ভিত্তিত জি আৰ পিৰ এটা দলে অৰ্তকিতে গোমটি নগৰ এক্সপ্ৰেছ ৰে’লত অভিযান চলাই জব্দ ১১ খনক সোণৰ বিস্কুট আৰু ৮১ খন বিদেশী নোট

ADVERTISEMENT

এই সন্দৰ্ভত জি আৰ পিয়ে আটক কৰে চান্নি আৰু কুণ্ডন কুমাৰ জয়চৱাল নামৰ দুই সৰবৰাহকাৰীক ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে জি আৰ পিয়ে জেৰা চলাইছে ধৃত সৰবৰাহকাৰী দুটাক ৷

Exit mobile version