Train Accident In UP: উত্তৰ প্ৰদেশৰ গোণ্ডাত১৫৯০৪ নম্বৰ চণ্ডীগড়- ডিব্ৰুগড় এক্সপ্ৰেছ লাইনচ্যুত

train 2

Train Accident In UP:

➡️উত্তৰ প্ৰদেশৰ গোণ্ডাত অঘটন ৷

➡️১৫৯০৪ নম্বৰ চণ্ডীগড়- ডিব্ৰুগড় এক্সপ্ৰেছ লাইনচ্যুত ৷

➡️লাইনচ্যুত ৰে’ল খনৰ ছটাকৈ ডবা।

চণ্ডীগড়ৰ পৰা ডিব্ৰুগড়লৈ আহি আছিল ৰে’ল খন ৷

➡️এই পৰ্যন্ত হতাহতৰ খবৰ অহা নাই ৷

➡️ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ উদ্ধাৰ অভিযান ৷

Exit mobile version