Chirang police seize weapons in Raid:চিৰাঙত আৰক্ষীৰ অভিযানত জব্দ মাৰণাস্ত্ৰ

ARMS

Chirang police seize Weapons in Raid:

➡️চিৰাঙত অবৈধ মাৰাণস্ত্ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷

➡️আৰক্ষীৰ অভিযানত জব্দ মাৰণাস্ত্ৰ ৷

➡️জিলা খনৰ বিভিন্ন স্থানত চলোৱা অভিযানত উদ্ধাৰ হয় মাৰানাস্ত্ৰ খিনি ৷

➡️উদ্ধাৰ কৰা মাৰণাস্ত্ৰ খিনি হ’ল একে ফৰটি চেভেন,হস্তনিৰ্মিত ৰিভলভাৰ,ছটা ৱাকিটকি,পাঁচজাই সজীৱ গুলী ৷

➡️আৰক্ষীৰ মাৰাথন অভিযান অব্যাহত থাকিব এছ পি অকশ্বিত গাৰ্গৰ ঘোষণা ৷

Exit mobile version