Massive Student Protest Over Job Quota Grips Bangladesh:বাংলাদেশত মুক্তিযোদ্ধা কোটাত সংৰক্ষণ বাতিলৰ দাবীৰে ব্যাপক আন্দোলন অব্যাহত

আন্দোলন ক্ৰমাৎ বিক্ষিপ্ত ৰূপ ধাৰণ

1

Massive Student Protest Over Job Quota Grips Bangladesh:

➡️বাংলাদেশত মুক্তিযোদ্ধা কোটাত সংৰক্ষণ বাতিলৰ দাবীৰে ব্যাপক আন্দোলন অব্যাহত

➡️আন্দোলন ক্ৰমাৎ বিক্ষিপ্ত ৰূপ ধাৰণ ৷

➡️বাংলাদেশৰ অগ্নিগৰ্ভা পৰিস্থিতিক লৈ আতংকিত উ:পূ : শিক্ষাৰ্থী ৷

➡️বাংলাদেশৰ এৰি স্বদেশমুখী ভাৰতীয় শিক্ষাৰ্থী ৷

➡️ভাৰত ,নেপাল আৰু ভূটানৰ শিক্ষাৰ্থী উভতাৰ অনাৰ বিশেষ উদ্যোগ মেঘালয় মুখ্যমন্ত্ৰীৰ ৷

➡️বাংলাদেশত আবদ্ধ মেঘালয়ৰ ৮০ শিক্ষাৰ্থীক উদ্ধাৰ মেঘালয় চৰকাৰৰ।

➡️মেঘালয়- বাংলাদেশ সীমান্তৰ ডাউকী হৈ মেঘালয়ত উপস্থিত ৪০৫ শিক্ষাৰ্থী ৷

➡️উভতি অহা অধিকাংশই মেডিকেল পাঠ্যক্ৰমৰ শিক্ষাৰ্থী ৷

➡️আন আন ভাৰতীয় শিক্ষাৰ্থীক ডাউকীৰে অনাৰ বাবে বাংলাদেশস্থ ভাৰতীয় দূতাবাসৰে যোগাযোগ চিএম কনৰ্ৰাড চাংমাৰ ৷

➡️বাংলাদেশৰ পৰা সুতাৰকান্দি লেণ্ডপৰ্টৰে কৰিমগঞ্জত যোৱা দুদিনত উপস্থিত ৪১ শিক্ষাৰ্থী

➡️বাংলাদেশৰ ছাত্ৰ আন্দোলনত আজি পৰ্যন্ত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত সংখ্যা বৃদ্ধি পালে ১০৫ জনলৈ ৷

➡️চিকিৎসালয়ত চিকিৎসাধীন শতাধিকৰো অধিক লোক ৷

➡️ৰাজধানী চহৰ ঢাকা,ছত্ৰগ্ৰাম,ৰংপুৰ সহ আন চহৰলৈ সম্প্ৰসাৰিত হৈছে হিংসাত্মক কাৰ্যকলাপ ৷

➡️বাংলাদেশৰ টিভি ভৱনত অগ্নিকাণ্ডৰ পাছৰে বন্ধ সম্প্ৰচাৰ ৷

➡️পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশত বলবৎ সান্ধ্য আইন ,ইন্টাৰনেট কৰ্তন ৷

➡️প্ৰতিবাদীক কঠোৰ হাতেৰে দমন কৰিবলৈ তৎপৰ নিৰাপত্তাৰক্ষী ৷

➡️হিংসাত্মক কাৰ্যকলাপ ৰুধিবলৈ যুদ্ধংদেহি ৰূপত বাংলাদেশৰ সেনা ৷

➡️সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা বাংলা চৰকাৰৰ ৷

➡️দেশৰ সকলো কলেজ-বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী হোষ্টেল এৰিবলৈ নিৰ্দেশ চৰকাৰৰ ৷

➡️প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আন্দোলনকাৰী ছাত্ৰলৈ আহ্বান ৷

➡️আলোচনা কৰি সমস্যা সমাধান কৰা হ’ব ৷

Exit mobile version