Budget session of Parliament starts today: আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন

NIRMALA

Budget Session of Parliament starts today:

➡️আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন ৷

➡️মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম খন বাজেট ৷

➡️৬খন গুৰুত্বপূৰ্ণ বিধেয়ক দাখিলৰ সম্ভাৱনা ৷

➡️মঙলবাৰে সংসদত উদ্থাপন হ’ব পূণাংগ বাজেট ৷

➡️বাজেট দাখিল কৰিব বিত্তমন্ত্রী নির্মলা সীতাৰমণে ৷

➡️১২ আগষ্টলৈকে চলিব বাজেট অধিৱেশন ৷

➡️বাজেট অধিৱেশনৰ কৰ্মদিন হ’ব ১৯ দিন ৷

➡️সোমবাৰে সংসদত বিত্তমন্ত্রী নির্মলা সীতাৰমণে দাখিল কৰে অৰ্থনৈতিক সমীক্ষা ২০২৩-২০২৪।

➡️জৰীপত সন্নিৱিষ্ট হয় অর্থনৈতিক খণ্ডৰ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য।

➡️সমীক্ষাত সন্নিৱিষ্ট আছিল নিয়োগ, জিডিপিৰ বিকাশ, মুদ্রাস্ফীতিৰ তথ্য।

Exit mobile version