Four Coal traders Arrested in GST Case:জিএছটি গোচৰত যোগীঘোপাত আটক ৪ কয়লা ব্যৱসায়ী

coal 1

Four Coal traders Arrested in GST Case:

দীৰ্ঘদিন ধৰি জিএচ টি ফাঁকি সংগোপনে চলাই থকা চাৰি কয়লা ব্যৱসায়ী অৱশেষত পৰিল আৰক্ষীৰ জালত । জিএছটি গোচৰত যোগীঘোপাত আটক কৰা চাৰি গৰাকী কয়লা ব্যৱসায়ী ৷ আটকাধীন লোক কেইজন হ’ল আব্দুৰ ৰহমান,মফিদুৰ ইছলাম,মতলেব আলী আৰু আজাদুল ইছলাম ৷

 

Exit mobile version