Huge Scam in the Power Department:ৰাজ্যৰ শক্তি বিভাগত সংঘটিত বৃহৎ কেলেংকাৰি ফাদিল

dilip nath

Huge Scam in the Power Department:

➡️ৰাজ্যৰ শক্তি বিভাগত সংঘটিত বৃহৎ কেলেংকাৰি ফাদিল আৰটিআই কৰ্মীৰ ৷

➡️বিদ্যুতৰ খুঁটা স্থাপনৰ নামত সংঘটিত ২০০ কোটি টকাৰ কেলেংকাৰি।

➡️প্ৰতিটো খুঁটাত প্লেট সংস্থাপনৰ নামত উদৰস্থ হয় নহেজাৰ টকা ।

➡️ঢেকীয়াজুলীৰ আৰটিআই কর্মী দিলীপ নাথে ফাদিল কৰে দুৰ্নীতিৰ তথ্য।

➡️নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত সংবাদমেলযোগে সদৰি কৰে আৰটিআই কৰ্মী তথা জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে ।

Exit mobile version