Ropex ship stranded in Brahmaputra: মাজুলীৰ অফলামূখঘাটৰ পৰা নিমাতী অভিমুখী ৰ’পেক্স জাহাজ আবদ্ধ ব্ৰহ্মপুত্ৰ বুকুত

ropex 1

Ropex ship stranded in Brahmaputra:

➡️মাজুলীৰ অফলামূখঘাটৰ পৰা নিমাতী অভিমুখী ৰ’পেক্স জাহাজ আবদ্ধ ব্ৰহ্মপুত্ৰ বুকুত।

➡️আভান্তৰীণ জল পৰিবহন বিভাগৰ অন্য এখন ফেৰীৰ সহায়ত উদ্ধাৰ ৰ’পেক্স খন ৷

➡️ৰ’পেক্স খন প্ৰায় ২ ঘন্টা ধৰি আবদ্ধ আছিল ব্ৰহ্মপুত্ৰত ৷

➡️ৰপেক্স জাহাজ খনত আছিল ১৬০ গৰাকী যাত্ৰী ৷

➡️আছিল ১৪ খন গাড়ী, ৩৫ খন বাইক ৷

Exit mobile version