Two NRL chief managers arrested by forest department: এন আৰ এলৰ দুই মুখ্য প্ৰৱন্ধকক গ্ৰেপ্তাৰ বন বিভাগৰ

numaligarh

Two NRL chief managers arrested by forest department:

➡️এন আৰ এলৰ দুই মুখ্য প্ৰৱন্ধকক গ্ৰেপ্তাৰ বন বিভাগৰ ৷

➡️নুমলীগড় তেল শোধনাগাৰৰ নগৰাঞ্চলৰ মুখ্য প্ৰৱন্ধক উজ্জ্বল নয়ন সন্দিকৈ আৰু বেদাঙ্গ কাশ্যপক গ্ৰেপ্তাৰ ৷

➡️বন্যপ্রাণী সুৰক্ষা আইন ১৯৭২ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় দুয়োজন শীৰ্ষ বিষয়াক ৷

➡️সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ দুয়োকে গ্ৰেপ্তাৰ কৰে গোলাঘাট বন বিভাগে ৷

➡️নগৰাঞ্চলত মৃত বন্যহস্তী গোপনে পুতি ৰাখিছিল দুই বিষয়াই ৷

➡️বন বিভাগক অৱগত নকৰাকৈ বন্যহস্তীটো পুতি থৈছিল বিষয়া দুগৰাকীয়ে ৷

➡️১৮ জুলাইত এন আৰ এলৰ নগৰাঞ্চত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছিল এটা বন্যহস্তীৰ।

Exit mobile version