Stf Seized Heroin in Hatigaon Notboma: মহানগৰীৰ হাতীগাঁৱৰ নটবমাত এছটিএফৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন

গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী মহিলা

stf

Stf Seized Heroin in Hatigaon Notboma:

ড্ৰাগছৰ বিৰুদ্ধে এছটিএফে ধাৰাবাহিক অভিযান অব্যাহত থকাৰ মাজতে আৰক্ষীৰ অভিযানত জব্দ হ’ল বুজন পৰিমাণৰ নিষিদ্ধ হে’ৰইন ৷

বিশেষ খবৰ ভিত্তিত এছটিএফৰ এটা দলে মহানগৰীৰ হাতীগাঁৱৰ নটবমাত অৰ্তকিতে অভিযান চলাই বৃহৎ পৰিমাণৰ হে’ৰইন সহ মহিলাক আটক কৰে ৷

ধৃত ড্ৰাগছ সৰবৰাহকাৰী মহিলা গৰাকীৰ নাম অলি দেৱী ৷ ইতিমধ্যে ধৃত মহিলা গৰাকীৰ অধিক জেৰাৰ বাবে পানবজাৰ মহিলা মহিলা থানালৈ নিয়া হৈছে ৷

Exit mobile version