New CEM appointed in Komtapur Autonomous Council :কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ নতুন চি ই এম নিযুক্তি

kac

New CEM appointed in Komtapur Autonomous Council :

➡️কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ নতুন চি ই এম নিযুক্তি

➡️জীৱেশ ৰায় নতুন চি ইএম ৷

➡️ৰাজ্যপালে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদ হিচাপে নিযুক্তি দিয়ে ধুবুৰী জিলাৰ সাসৰগাঁও ১নং খণ্ডৰ পৰা জীৱেশ ৰায়ক।

Exit mobile version