Heroin Seized in Karbianglong:কাৰ্বি আংলঙৰ শান্তিপুৰত দুই কোটি টকাৰ ড্ৰাগছ জব্দ

bokajannnnnnnnnnnn

Heroin Seized in Karbianglong:

➡️কাৰ্বি আংলঙৰ শান্তিপুৰত দুই কোটি টকাৰ ড্ৰাগছ জব্দ।

➡️কাৰ্বি-আংলঙৰ খাকৰাজানত নিয়মীয়া তালাচিত জব্দ এই ড্ৰাগছ খিনি ৷

➡️মুঠ 22 টা চাবোনৰ বাকচত ২৮৯ গ্ৰাম হে’ৰইন আছিল।

➡️হে’ৰইন খিনিৰ আনুমানিক মূল্য প্ৰায় ২ কোটি টকা।

➡️বাহনখনৰ গোপন চেম্বাৰত উদ্ধাৰ হৈছে ড্ৰাগ্‌চখিনি।

➡️বোকাজানৰ SDPO আৰু বৰপথাৰ থানা আৰক্ষী আৰু CRPFৰ যুটীয়া অভিজাত জব্দ ড্ৰাগছখিনি ।

Exit mobile version