Poachers arrested in Nagaon:নগাঁৱত গুৱাহাটী বন বিভাগৰ অভিযানত আটক দুৰ্ধৰ্ষ চিকাৰী

prochar arrested

Poachers arrested in Nagaon:

গুৱাহাটী বন বিভাগে চোৰাং চিকাৰীৰ বিৰুদ্ধে কঠোৰস্থিতি লৈ থকাৰ মাজতে বিশেষ সূত্ৰৰ পমখেদি নগাঁৱত অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় এজন দুৰ্ধৰ্ষ চোৰাং চিকাৰী ৷

নগাঁও চহৰৰ পানীগাঁৱৰ নিজ গৃহৰ পৰা আটক কৰা চোৰাং চিকাৰীজনৰ নাম ছুলেমান আলী ৷ অভিযানত এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰে গুৱাহাটী বন বিভাগৰ অভিযানকাৰী দলটোৱে ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে গুৱাহাটীলৈ অনা হয় আটকাধীন চোৰাং চিকাৰীজনক ৷

Exit mobile version