Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

    Beltala Basisthapur Murder Update:বেলতলাৰ বশিষ্ঠপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ক্রাইম চিন ৰিক্ৰিয়েচন কৰিব আৰক্ষীয়ে

    Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

    Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

    অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

APCC Pressmeet In Guwahati:স্মাৰ্ট চিটীৰ নামত গুৱাহাটীত ৮০২ কোটি টকা ক’ত ব্যয় কৰিলে? শ্বেতপত্ৰ প্ৰকাশৰ দাবী কংগ্ৰেছৰ

মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত গুৱাহাটীত চলিছে অবৈধ গৃহ নিৰ্মাণৰ বেহা

publisher by publisher
August 7, 2024
in Uncategorized
Reading Time: 3 mins read
0
APCC Pressmeet In Guwahati:স্মাৰ্ট চিটীৰ নামত গুৱাহাটীত ৮০২ কোটি টকা ক’ত ব্যয় কৰিলে? শ্বেতপত্ৰ প্ৰকাশৰ দাবী কংগ্ৰেছৰ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Kumari Selija Pressmeet :গুৱাহাটীৰ ৰাজীৱ ভৱনত লোকসভাৰ সাংসদ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কুমাৰী শৈলজাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

গুৱাহাটীৰ ৰাজীৱ ভৱনত হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ গুৰুত্বপূৰ্ণ সংবাদমেল 

APCC Pressmeet In Guwahati:

গুৱাহাটীত কৃত্ৰিম বানত গাড়ী আৰু আন সম্পত্তি নষ্ট হোৱা লোকসকলক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছে। গুৱাহাটীত বানত অৱৰুদ্ধ হৈ থকাৰ সময়ত মুখ্যমন্ত্ৰী আৰু সকলো মন্ত্ৰী পৰিষদে এচি ৰুমত বহি দলীয় পৰ্যালোচনা কৰি থকাৰ বাদে বানত ককবকাই থকা লোকক উদ্ধাৰৰ কোনো ব্যৱস্থা কৰা নাছিল।

ADVERTISEMENT

এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু গুৱাহাটী পৌৰ নিগমৰ প্ৰশাসনিক ব্যৱস্থা মুখ্যমন্ত্ৰী আৰু বিজেপিৰ মন্ত্ৰী-বিধায়কসকলৰ সুৰক্ষা আৰু নিৰাপত্তাত ব্যস্ত আছিল। মুখ্যমন্ত্ৰীয়ে কোনো চেষ্টা নকৰাৰ বাবে ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছিল আৰু সেইবাবে কৰদাতা ৰাইজক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে কংগ্ৰেছে। মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ বেদব্ৰত বৰাই এক সংবাদমেলযোগে আজি এই দাবী কৰে।

সংবাদমেলত বৰাই ৮০২ কোটি টকা স্মাৰ্ট চিটীৰ নামত ব্যয় কৰাৰ ৮ বছৰ পিছতো গুৱাহাটীৰ মানুহৰ বুনিয়াদী সমস্যা কিয় সমাধান নহ’ল বুলি প্ৰশ্ন কৰে। ২০১৬ চনত প্ৰধানমন্ত্ৰীয়ে স্মাৰ্ট চিটি ঘোষণা কৰা অসমত এতিয়ালৈকে ১৪টা প্ৰকল্পৰ নামত ৮০২ কোটি টকা ব্যয় কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য বৰ্ধনৰ নামত ৩২৭.৩০ কোটি, ২০০খন ইলেকট্ৰিক বাছ ক্ৰয়ৰ নামত ২৬০.৭৭ কোটি, ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেমৰ নামত ৭৮.৪৪ কোটি, এলইডি লাইটৰ নামত ২৩ কোটি, জ্যোতি প্ৰকল্পত ১৪.৫৭ কোটি, দক্ষিণপাটসত্ৰ উন্নয়নৰ নামত ১৪.৩২ কোটি, উমানন্দ মন্দিৰৰ উন্নয়নৰ নামত ১৪.২ কোটি, অশ্বক্লান্ত দেৱালয় উন্নয়নৰ নামত ১০.৮২ কোটি, কলাক্ষেত্ৰত লাইট এণ্ড ছাউণ্ড শ্ব’ৰ নামত ৮.২৮ কোটি, কলাক্ষেত্ৰৰ সৌন্দৰ্যবৰ্ধনৰ নামত ৪.৯৬ কোটি, গান্ধী মণ্ডপৰ উন্নয়নৰ নামত ১১ কোটি, ১০০খন চিএনজি বাছ ক্ৰয়ৰ নামত ২৯ কোটি আৰু জজ ফিল্ড উন্নয়নৰ নামত ৫.৬৬ কোটি টকা ইতিমধ্যে ব্যয় কৰা হৈছে।

১৪টা প্ৰকল্পৰ নামত ব্যয় কৰা এই ৮০২.৩৩ কোটি টকা কোন বিভাগে কেনেকৈ ব্যয় কৰিলে তাৰ এক শ্বেতপত্ৰ প্ৰকাশৰ দাবী জনাইছে বৰাই। ইফালে, নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে নিজৰ প্ৰ’টেক কোম্পানীৰ নামত গৃহ নিৰ্মাণৰ সকলো নীতি-নিয়ম ভংগ কৰা বুলি অভিযোগ কৰিছে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে।

গুৱাহাটী তৰুণ নগৰৰ আনে অনুমতি নোপোৱা দ এলেকাত মন্ত্ৰী সিংঘালৰ পৃষ্ঠপোষকতাত প্ৰ’টেক গ্ৰুপে ১৭ মহলীয়া অট্টালিকা নিৰ্মাণ কৰা বুলি অভিযোগ কৰি মীৰা বৰঠাকুৰে কয় যে এনে ব্যৱসায়ী মানুহক গুৱাহাটী উন্নয়নৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ অৰ্পণ কৰি গুৱাহাটীবাসীক মুখ্যমন্ত্ৰীয়ে অপমানিত কৰিছে। শিলসাঁকোত উচ্ছেদ কৰাৰ পিছতো পানী কিয় কমা নাই বুলি প্ৰশ্ন কৰি মীৰা বৰঠাকুৰে কয় যে পানীৰ ৰং ৰঙা-ক’লা কৰি সমগ্ৰ ইছ্যুটোক বিভাগীয় মন্ত্ৰীজনে অন্যফালে নিব খুজিছে।

মন্ত্ৰী অশোক সিংঘালৰ গুৱাহাটী উন্নয়ন সন্দৰ্ভত কোনো দক্ষতা নাই বুলি উল্লেখ কৰি মহিলা কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে কয় যে গড়কাপ্তানি বিভাগ, পৌৰ নিগম আৰু জনস্বাস্থ্য বিভাগৰ মাজত সু-সমন্বয়ৰ অভাৱৰ বাবেই নলাসমূহ খন্দা আৰু পোতাত বেমেজালিৰ সৃষ্টি হৈছে। পানী ক’লা হৈ পৰা ড্ৰেইনসমূহে প্ৰমাণ কৰিছে যে দীৰ্ঘদিন ধৰি সেইসমূহ পৰিস্কাৰ কৰা হোৱা নাই আৰু ইয়াৰ বিপৰীতে মন্ত্ৰীৰ পৃষ্ঠপোষকতাত ছুপাৰ ছাকাৰ ক্ৰয় কৰি ৰাইজৰ কৰ-কাটলৰ পৰা সংগ্ৰহ হোৱা পুঁজিৰ অপব্যয় কৰিছে।

মন্ত্ৰী অশোক সিংঘালে হেলিকপ্টাৰত উঠি গুৱাহাটীৰ বানপানী চোৱাতকৈ বান নিয়ন্ত্ৰণৰ বাবে অভিজ্ঞ বিশেষজ্ঞ, অভিযন্তাক আনি ড্ৰ’নৰ সহায়ত তথ্য সংগ্ৰহ কৰি পানী ওলাই যোৱাৰ পথসমূহ নিৰীক্ষণ কৰাৰ পৰামৰ্শ দিয়ে মীৰা বৰঠাকুৰে। তেওঁ কয়, গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ সময়ত বানমুক্ত গুৱাহাটী কৰাৰ লগতে সকলোকে ঘৰে ঘৰে খোৱাপানী যোগান ধৰিব বুলি ঘোষণা কৰা বিজেপি দল আৰু চৰকাৰে শাসন লাভ কৰাৰ পিছত সাধাৰণ ৰাইজৰ ফালে পিঠি দিয়াৰ অভিযোগ কৰে। তেঁও কয় যে মন্ত্ৰী অশোক সিংঘালক অপসাৰিত কৰি মুখ্যমন্ত্ৰীয়ে গুৱাহাটীবাসীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Apcc PressmeetBedbarta BoraMira Barthakur GoswamiRajib Bhawan
publisher

publisher

Related Posts

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d