Woman Missing in Guwahati Jyotinagar:গুৱাহাটীৰ জ্যোতিনগৰত মহিলা সন্ধানহীন

women missing

Woman Missing in Guwahati Jyotinagar:

➡️গুৱাহাটীৰ জ্যোতিনগৰত মহিলা সন্ধানহীন ৷

➡️সোমবাৰে সন্ধিয়া খোজ কাঢ়িবলৈ গৈ নিখোজ মহিলা গৰাকী ৷

➡️নিৰুদ্দেশ হোৱা মহিলা গৰাকীৰ নাম প্ৰজ্বলিকা পাটোৱাৰী ৷

➡️পৰিয়ালৰ লোকে নিখোজ সন্দৰ্ভত থানাত দাখিল কৰিছে এজাহাৰ।

➡️মহিলাগৰাকীৰ সন্ধান দিওঁতালৈ পৰিয়ালৰ লোকে ১ লাখ টকা দিয়াৰ ঘোষণা ৷

➡️সন্ধান দিওঁতাৰ নাম গোপনে ৰখাৰ কথাও সদৰি কৰিছে পৰিয়ালৰ লোকে ৷

Exit mobile version