Shinawatta appointed Prime Minister of Thailand:থাইলেণ্ডৰ প্রধানমন্ত্রী নিযুক্ত শ্বিনাৱাট্টা

thai new pm

Shinawatta appointed Prime Minister of Thailand:

থাইলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰীৰ দায়িত্ব লাভ কৰিলে পেটংগটার্ণ শ্বিনাৱা ট্রাই। ইতিমধ্যে থাইলেণ্ডৰ সংসদে প্রাক্তন প্রধানমন্ত্রী থাকচিন শ্বিনাৱাট্টাৰ কনিষ্ঠ কন্যা পেটংগটার্ণক দেশৰ নতুন প্রধানমন্ত্রী নির্বাচিত কৰে।

ADVERTISEMENT

৩৭ বছৰ বয়সীয়া পেটংগটার্ণে থাইলেণ্ডৰ সবাতোকৈ তৰুণ প্রধানমন্ত্রী হিচাপে কার্যনির্বাহ কৰিব। শ্বিনাৱাট্টা পৰিয়ালৰ তৃতীয়জন সদস্যই এইবাৰ থাইলেণ্ডক নেতৃত্ব দিব। দুদিন পূৰ্বে থাইলেণ্ডৰ সাংবিধানিক ন্যায়ালয়ে নৈতিকতা উলংঘনৰ অভিযোগত প্রধানমন্ত্রী পদৰ পৰা শ্ৰীথা থাবিচিনক অপসাৰণ কৰিছিল ।

Exit mobile version