Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Moran Institute Of Tai Studies And Receach :মৰাণৰ তাই অধ্যয়ন-গৱেষণা প্ৰতিষ্ঠানত থাইলেণ্ডৰ ১৫ জনীয়া গৱেষকৰ দল

জুতি ল'লে বিহুৰ পিঠা-পনাৰ

publisher by publisher
April 17, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Moran Institute Of Tai Studies And Receach :মৰাণৰ তাই অধ্যয়ন-গৱেষণা প্ৰতিষ্ঠানত থাইলেণ্ডৰ ১৫ জনীয়া গৱেষকৰ দল
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Thailand Spl Marriage:একেখন ৰভাতে দুই বৃদ্ধক বিয়া কৰালে থাই মহিলাই

সোমবাৰে ভাৰতলৈ উভতি অহাৰ সম্ভাৱনা গোৱাৰ নাইট ক্লাবৰ দুই কুখ্যাত মালিক

তিনি কোটিৰে সৰ্বোচ্চ স্থানত বেংকক, ভাৰতৰ নাই এখনো মহানগৰ

Moran Institute Of Tai Studies And Receach :

সমাজতাত্ত্বিক অধ্যয়ন আৰু গৱেষণাৰ উদ্দেশ্যে উত্তৰ-পূব ভাৰত পৰিভ্ৰমণত থাইলেণ্ডৰ এটি ১৫ জনীয়া গৱেষক দলে উপস্থিত হয় মৰাণৰ তাই অধ্যয়ন আৰু গৱেষণা প্রতিষ্ঠানত। চোলাংকৰণ বিশ্ববিদ্যালয়কে ধৰি থাইলেণ্ডৰ কে’বাখনো আগশাৰীৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকা, গৱেষক ছাত্র-ছাত্রীৰ সমন্বিত দলটোৱে উত্তৰ-পূব ভাৰতৰ ভিন্ন স্থানত বসবাস কৰা তাই নৃগোষ্ঠীয় লোকসকলৰ ভাষা, সাহিত্য, সংস্কৃতি, ঐতিহ্য, ৰীতি-নীতি, পৰম্পৰা আৰু বৰ্তমানৰ তেওঁলোকৰ জীৱন ধাৰণ স্থিতিৰ ওপৰত ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ সপ্তাহজোবা সূচীৰে ভাৰত ভ্ৰমণলৈ আহিছে।

ADVERTISEMENT

ৰঙালী বিহুৰ উখল-মাখল পৰিবেশত মঙলবাৰে আহি মৰাণহাটত উপস্থিত হোৱা বিদেশী অতিথিসকলক পোনে পোনে শৈক্ষিক প্রতিষ্ঠানখনৰ বাটচ’ৰাতে প্রত্যেককে একোখনকৈ ফুলাম গামোচাবে আদৰ সম্ভাষণ জনোৱা হয়। দলটোৱে প্রথমে অধ্যয়ন প্রতিষ্ঠানত অসমীয়া, ইংৰাজীৰ উপৰি থাই, লাও, শ্বান, তাই ইত্যাদি ভিন্ন দেশী-বিদেশী ভাষাৰ কিতাপ-পত্ৰবে সমৃদ্ধ পুথিভঁৰালটো পৰিদৰ্শন কৰে।

পাছত অধ্যয়ন আৰু গৱেষণা প্রতিষ্ঠানৰ মূল সংগ্রহালয়ত জমা কৰি ৰখা প্রাচীন পুথি- পাজি, সাঁচিপাতৰ ফলি আৰু আন আপুৰুগীয়া সম্বলসমূহ পর্যবেক্ষণ কৰি সেইবোৰৰ তথ্য আৰু ছবি সংগ্ৰহ কৰে। শেষত অতিথি দলটোক বিহুৰ পিঠা-পনা, চাহ- মিথৈ ইত্যাদিৰে অপ্যায়ন কবি বিদায় পৰত প্ৰতিষ্ঠানৰ পৰা আন্তঃৰাষ্ট্ৰীয় পর্যায়ত নিয়মীয়াকৈ প্রকাশিত বার্ষিক গৱেষণা পত্রিকা একোখন প্রতিষ্ঠানৰ তৰফৰ পৰা সঞ্চালক ড: গিৰিণ ফুকনে প্রত্যেককে প্রদান কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Moran Institute Of Tai StudiesThailand
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d