Bharat Bandh on Wednesday:বুধবাৰে ভাৰত বন্ধ !

BANDH

Bharat Bandh on Wednesday:

➡️বুধবাৰে ভাৰত বন্ধ !

➡️বন্ধৰ আহ্বান ভাৰতীয় চিকিৎসা সন্থাৰ(আইএম এ) ৷

➡️কলকাতাৰ চিকিৎসক ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ আহ্বান আইএমএৰ ৷

➡️ভাৰত বন্ধৰ আহ্বান আৰক্ষণ বচাও সংঘর্ষ সমিতিৰো ৷

➡️এছচি,এছটিৰ সংৰক্ষণক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দিয়া এক ৰায়ক বিৰোধীতা কৰি বন্ধৰ আহ্বান ৷

➡️বন্ধলৈ পূৰ্ণ সমৰ্থন ৰাজস্থানৰ এছচি-এছটি সংগঠন সমূহৰ ৷

Exit mobile version