Bijni Police Station Oc Sankar Das Suspended:এটিএম চোৰক লৈ কঠোৰস্থিতি ডিজিপিৰ

বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শংকৰ দাসক নিলম্বন

oc

Bijni Police Station Oc Sankar Das Suspended:

এটিএম চোৰক লৈ শেহতীয়াকৈ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে কঠোৰস্থিতি গ্ৰহণ কৰিছে। যাৰবাবে নিলম্বিত হ’বলগীয়া হয় বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শংকৰ দাস ৷

উল্লেখ্য যে বৃহস্পতিবাৰে নিশা বিজনীত চোৰে লুটপাত চলাইছিল এটা এটিএমত ৷ ইয়াৰ পাছতে আৰক্ষীৰ নিৰাপত্তাক লৈ উদ্থাপিত হৈছে কেতবোৰ প্ৰসংগ ৷ বিজনীত নিৰাপত্তা ব্যৱস্থাক গুৰুত্ব নিদিয়াৰ বাবেই আৰক্ষী প্ৰশাসনে তাৎক্ষণিকভাৱে নিলম্বন কৰে ৷

Exit mobile version