Aiudf marcha Protest:এআইইউডিএফৰ যুৱমৰ্চাৰ ‘দিছপুৰ চলো’ কাৰ্যসূচী

কাৰ্যালয়ৰ সন্মুখত আৰক্ষী মোতায়েন

aiudf

Aiudf morcha Protest:

➡️সংখ্যালঘু উৎপীড়নৰ বিৰুদ্ধে এআইইউডিএফৰ যুৱ মৰ্চা ৷

➡️দিছপুৰ চলো ‘কাৰ্যসূচী ৷

➡️হাতত প্লেকাৰ্ড লৈ শতাধিক কৰ্মী উত্তাল প্ৰতিবাদ

➡️এআইইউডিএফৰ হাতীগাঁৱস্থ কাৰ্যালয়ৰ কৰা দিছপুৰলৈ সমদলৰ চেষ্টা।

➡️কাৰ্যালয়ৰ সন্মুখতেই প্ৰতিবাদকাৰীক ৰোধিবলৈ সাজু আৰক্ষী প্ৰশাসন ৷

➡️কাৰ্য্যালয়ৰ সম্মুখত মোতায়েন আৰক্ষী – অৰ্ধ সামৰিক বাহিনী ৷

Exit mobile version