Veteran Bollywood actress Asha Sharma has passed away:বলিউডৰ প্ৰবীণ অভিনেত্রী আশা শর্মা প্রয়াত

asha passes away

Veteran Bollywood actress Asha Sharma has passed away:

প্রয়াত হ’ল বলিউডৰ বর্ষীয়ান অভিনেত্রী আশা শর্মা। ৮৮ বছৰ বয়সত শেষনিশ্বাস ত্যাগ কৰিলে হিন্দী চলচ্চিত্ৰৰ প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে।

একতা কপুৰৰ ‘কুমকুম ভাগ্য’ ধাৰাবাহিকত অভিনয়ৰ জৰিয়তে জনপ্রিয়তা অর্জন কৰা শৰ্মাই পৰৱৰ্তী সময়ত আন কে’বাখনো ধাৰাবাহিকত অভিনয় কৰিছিল।

বিগত প্রায় ৪০ বছৰ ধৰি টেলিভিছনৰ অভিনেত্রী হিচাপে জড়িত থকা শর্মাই কে’বাখনো হিন্দী ছবিতো অভিনয় কৰিছিল। অন্তিমবাৰৰ বাবে তেওঁ ‘আদিপুৰুষ’ ছবিখনত অভিনয় কৰিছিল।

Exit mobile version