Minister Piyush Hazarika has filed a defamation case against MP Pradyut Bardoloi:সাংসদ প্ৰদ্যুত বৰদলৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ

pijush 1

Minister Piyush Hazarika has filed a defamation case against MP Pradyut Bardoloi:

➡️সাংসদ প্ৰদ্যুত বৰদলৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ

➡️নগাঁৱৰ পৰা উজনিলৈ মাছৰ যোগানত চেণ্ডিকেট চলাইছে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

➡️নগাঁৱৰ সাংসদ গৰাকীৰ এই মন্তব্যৰ জাঙুৰ খাইছিল মন্ত্ৰী হাজৰিকা।

➡️এইয়া সাংসদ গৰাকীৰ ভিত্তিহীন আৰু ভাৱমূৰ্ত্তি ম্লান কৰাৰ প্ৰয়াস বুলি কয় মন্ত্ৰী হাজৰিকাই ৷

Exit mobile version