Students arrested for uploading distorted photos of Sri Ramachandra on social media:সামাজিক মাধ্যমত শ্ৰীৰামচন্দ্ৰৰ বিকৃতকৰণ ফটো আপলোড কৰি আটক ছাত্ৰ

বৰপেটাৰ মাধৱ চৌধুৰী কলেজৰ ছাত্ৰ মৃদুল আহমেদক আটক

barpeta 1

Students arrested for uploading distorted photos of Sri Ramachandra on social media:

ধিঙৰ কিশোৰী -ছাত্ৰীক দলবদ্ধ ধৰ্ষণকাণ্ড আৰু শিৱসাগৰত মিঞা বিৰোধী কেতবোৰ ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে সামাজিক মাধ্যমত শ্ৰীৰামচন্দ্ৰৰ বিকৃতকৰণ ফটো আপলোড কৰি আটক হ’ল এজন ছাত্ৰ ৷

বৰপেটাৰ মাধৱ চৌধুৰী কলেজৰ ছাত্ৰ মৃদুল আহমেদৰ এই কাণ্ডক লৈ জাঙুৰ খাই উঠিছে সত্ৰ নগৰী বৰপেটাৰ দল-সংগঠন ৷ ইতিমধ্যে কে’বাটাও সংগঠনে বৰপেটা থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ইতিমধ্যে ছাত্ৰজনক বৰপেটাৰ জহুৰপামৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

Exit mobile version