Bongaigaon Refinery Hospital Blood Donation Camp:
ADVERTISEMENT
বঙাইগাঁও শোধনাগাৰ চিকিৎসালয়ত স্বেচ্ছায় ৰক্তাদান শিবিৰৰ আয়োজন শোধনাগাৰ কতৃপক্ষৰ । ৬৫ সংখ্যক ভাৰতীয় তেল দিৱস উপলক্ষে বঙাইগাঁও শোধনাগাৰ চিকিৎসালয়ৰ উদ্যোগত বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ সহযোগত বঙাইগাঁও শোধনাগাৰ চিকিৎসালযত ৰক্তদান এই শিবিৰৰ আয়োজন কৰে।
আজিৰ ৰক্তাদান শিবিৰত ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ চিআইএচএফ (CISF)ৰ জোৱান আৰু বঙাইগাঁও শোধনাগাৰ কৰ্মচাৰী আৰু বিষয়া সকলে ৰাইজৰ সহায়ৰ বাবে ৰুক্তদান কৰে।
ৰক্তদান এক মহান দান,ৰক্তদানে মানুহৰ জীৱন ৰক্ষা কৰিব পাৰে সেয়ে প্ৰতি বছৰে ভাৰতীয় তেল দিৱসৰ লগত সংগতি ৰাখি বঙাইগাঁও শোধনাগাৰৰ উদ্যোগত এই ৰক্তদান শিবিৰৰ আয়োজন কৰে।