Mortars found in Daimalu Jougapur in Dhekiajuli:ঢেকীয়াজুলিৰ দৈমালু জৌগাপুৰত মৰ্টাৰ উদ্ধাৰ।

dhekiajuli 1

Mortars found in Daimalu Jougapur in Dhekiajuli:

➡️ঢেকীয়াজুলিৰ দৈমালু জৌগাপুৰত মৰ্টাৰ উদ্ধাৰ।

➡️বেলশিৰিৰ চেচাঁ নদীত উদ্ধাৰ হয় মৰ্টাৰটো উদ্ধাৰ ৷

মাছমৰীয়াই মাছ মাৰোতে জালত ওলাই মৰ্টাৰটো ৷

➡️১ ফুট দীঘল, আধা কেজি মৰ্টাৰটোক লৈ চাঞ্চল্য ৷

➡️ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু বোমা বিশেষজ্ঞৰ দল ৷

➡️উদ্ধাৰ হোৱা মৰ্টাৰটো দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ বুলি অনুমান বোমা বিশেষজ্ঞৰ ৷

➡️বোমা বিশেষজ্ঞই নদীৰ পাৰত গাত খান্দি বিস্ফোৰণ ঘটাই মৰ্টাৰটো ৷

Exit mobile version