Foundation stone of SC Development Forum building laid at Sankarpara:শংকৰপাৰাত অনুসূচীত জাতি সাংস্কৃতিক বিকাশ ভৱনৰ আধাৰশিলা স্থাপন 

kokrajhar 1

Foundation stone of SC Development Forum building laid at Sankarpara:

কোকৰাঝাৰ জিলাৰ শংকৰপাৰা গাওঁত অনুসূচীত জাতি সাংস্কৃতিক বিকাশ ভৱনৰ আধাৰশিলা স্থাপন । ৰঙা ফিতা কাটি শুভ আধাৰশিলা স্থাপন কৰে ইউপিপিএল দলৰ কোকৰাঝাৰ জিলা সাধাৰন সম্পাদক অমূল্য সুত্ৰধৰে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে অনুসূচীত জাতি পৰিষদৰ সভাপতি গজেন্দ্ৰ ৰায়ৰ লগতে অনুসূচীত জাতি উন্নয়ণ বোৰ্ডৰ চেয়াৰমেন দীপক ৰঞ্জন দাস ইউপিপিএল দলৰ সম্পাদক জগত নাথ , অৰবিন্দ নাথ , সদৌ বিটিআৰ অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক সুজিত দাস আদি ।

Exit mobile version