Fake Note Seized In Bongaigaon:বঙাইগাঁৱত জি আৰ পিৰ অভিযানত ডেৰ লক্ষাধিক নকল নোট সহ আটক এজন

grp in bongaigaon

Fake Note Seized In Bongaigaon:

বঙাইগাঁও জি আৰ পিৰ অভিযানত ডেৰ লক্ষাধিক নকল নোট সহ আটক বহি:ৰাজ্যৰ এজন সৰবৰাহকাৰী। ৰে’ল ষ্টেচনত পাইচাৰী কৰি থকা অৱস্থাত এজল লোকক সন্দেহবশতঃ ৰে’ল আৰক্ষীয়ে তালাচী চলোৱাত বেগৰ পৰা জাপে জাপে ওলাই নকল নোট। প্রায় ১ লাখ ৭৮ হাজাৰ ৫০০ টকাৰ নকল নোট উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ লগে লগে আটক কৰে চাবিৰ হুছেইন নামৰ উত্তৰ প্ৰদেশৰ লোকজনক ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে নকল নোট সৰবৰাহকাৰীজনক জেৰা চলাইছে জি আৰ পিয়ে।

Exit mobile version