Terrible road accident in Sikkim:হিমালয়ান ৰাজ্য ছিকিমৰ ভয়ংকৰ দুৰ্ঘটনা

sikkim

Terrible road accident in Sikkim

➡️হিমালয়ান ৰাজ্য ছিকিমৰ পাকয়ঙত ভয়ংকৰ দুৰ্ঘটনা।

➡️সেনা কঢ়িওৱা বাহন পাহাৰৰ দ- খাৱৈত পৰি নিহত চাৰিজনকৈ সেনা জোৱান ৷

➡️নিহত জোৱান কেইজন হ’ল তামিলনাডুৰ চুবেদাৰ কে থাংগাপাণ্ডী,মণিপুৰৰ কাৰিকৰ ডব্লিউ পিটাৰ,হাৰিয়ানাৰ নাইক গুৰচেভ সিং ৷

➡️ভয়ংকৰ দুৰ্ঘটনাটোত নিহত সেনা কঢ়িওৱা বাহন খনৰ চালক মধ্যপ্ৰদেশৰ প্রদীপ পেটেল ৷

Exit mobile version