Horoscope:ৰাশিফল
মেষ: এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শুভ। সেউজীয়া কাপোৰ পৰিধান কৰক। চুটি ভ্রমণ হ’ব পাৰে। শৰীৰ প্ৰতি যত্ন ৰাখিব।
বৃষ: এই ৰাশিৰ জাতক-জাতিকাৰ উন্নতিৰ যোগ আছে। আর্থিকত ভাল। বন্ধুৰ পৰা সাৱধানে থাকিব। প্রেমত মাধ্যম। শুভ ৰং নীলা।
মিথুন: এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো কৰ্মক্ষেত্ৰত নিজৰ অধিপত্য বজাই ৰখাত কৃতকার্য হ’ব। ব্যৱসায়ত ভালেই দেখা যায়।
কর্কট: স্ত্ৰীৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে। আর্থিকত ভাল। বিশেষ কোনো কৰ্মৰ কাৰণে দূৰ ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। বিদ্যার্থীৰ কাৰণে দিনটো শুভ।
সিংহ: এই ৰাশিৰ জাতক-জাতিকাই কোনো কৰ্মৰ কাৰণে যাত্ৰা কৰিলে শুভ ফল পাব। খৰচৰ ক্ষেত্ৰত সতর্ক। প্রেম-প্রীতিত আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হ’ব।
কন্যা: আর্থিক ক্ষেত্রত লেনদেন কৰাত সর্তক হওক। কোনো মূল্যৱান বস্তু চুৰি হ’ব পাৰে। মূৰৰ বিষ আৰু চকুৰ বেমাৰে কষ্ট দিব পাৰে। শুভ ৰং বগা।
তুলা: আজিৰ দিনটোৰ আৰম্ভণিতে গা ধোৱাৰ পাছত ৰঙা কাপোৰ পৰিধান কৰি হীং হ্রীং শ্রীসূর্যায় নমঃ এই মন্ত্ৰটো ২০ বাৰ জপ কৰিব। প্রেমত হতাশা আনিব। দাম্পত্য সুখ।
বৃশ্চিক: প্রেম-প্রীতিত আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হ’ব। যান- বাহনৰ পৰা সাৱধানে থাকিব। আজি নিৰামিষ খাব আৰু টেঙা নাখাব।
ধনু: অবৈধ উপায়েৰে ধন বৃদ্ধি। সন্তানৰ শুভ। ব্যৱসায়ত ভাল ফল পাব। শিল্পী-সাহিত্যিকৰ বাবে শুভ সময়। ন বাৰ দেৱী বগলামুখীৰ নাম জপ কৰিব।
মকৰ: মকৰ ৰাশিৰ জাতক-জাতিকাসকলে হালধীয়া কাপোৰ পৰিধান কৰি দেৱী লক্ষ্মী আৰু নাৰায়ণৰ পূজা-অৰ্চনা কৰিব। প্ৰেমত শুভ। উচ্চ শিক্ষাত বাধা দূৰ হ’ব।
কুম্ভ: ব্যৱসায় মন্থৰ গতিত চলিব। দাম্পত্য আৰু প্ৰেমত শুভ। বৈষয়িক উন্নতি হোৱাৰ কাৰকতা আছে। মাটি-বাৰীৰ বিবাদৰ অন্ত পৰিব। মাতৃৰ অশুভ। চাকৰিয়াল ব্যক্তিসকলৰ পদোন্নতিৰ সম্ভাৱনা আছে।
মীন: এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত আয় হ’ব, কিন্তু ব্যয়ো হ’ব। আপোনাৰ সন্তানৰ মানসিক বিকাশৰ লক্ষণে দেখা দিব। বিদ্যার্থীৰ সকলৰ বাবেও দিনটো শুভ। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৬।