Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

    Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

North -East Small Finance Bank:নৰ্থ-ইষ্ট’ নাম লৈ উত্তৰ-পূৱকে ৰামটাঙোন স্মল ফাইনেন্স বেংকৰ

বিভিন্ন অজুহাতত অর্ধ-শতাধিক স্থানীয় কৰ্মচাৰীক ছাটাই, নাম সলনি হ'ল নর্থ-ইষ্ট স্মল ফাইনেন্স বেংকৰ, এইবাৰ গুৱাহাটীৰ পৰাই মুখ্য কাৰ্যালয় বাংগালুৰুলৈ স্থানান্তৰৰ যোজা

publisher by publisher
January 30, 2025
in Uncategorized
Reading Time: 2 mins read
0
North -East Small Finance Bank:নৰ্থ-ইষ্ট’ নাম লৈ উত্তৰ-পূৱকে ৰামটাঙোন স্মল ফাইনেন্স বেংকৰ
3
SHARES
25
VIEWS
ShareShareShareShare

North -East Small Finance Bank:

উত্তৰ-পূৱৰ নাম লৈ ব্যৱসায়ী কৰি অহা বিত্তীয় প্রতিষ্ঠান নর্থ-ইষ্ট স্মল ফাইনেন্স বেংক (এনইএছএফবি) কর্তৃপক্ষই উত্তৰ-পূৱবাসীকে ৰামটাঙোন শোধাইছে। প্রতিষ্ঠানটোৰ মালিকীস্বত্ব বাংগালুৰুৰ ‘শ্লাইছ’ নামৰ কোম্পানীটোৰ হাতলৈ যোৱাৰ পাছৰে পৰা উত্তৰ-পূবৰ গ্ৰাহক আৰু কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

ADVERTISEMENT

৯৫ শতাংশ থলুৱা কৰ্মচাৰীৰ জৰিয়তে একমাত্ৰ উত্তৰ-পূৱত ব্যৱসায়ী কৰি অহা বেংকটো শ্লাইছৰ হাতলৈ যোৱাৰ পাছত এতিয়া কোম্পানীটোৱে বিভিন্ন অজুহাত প্রদর্শন কৰি ইজনৰ পাছত সিজন থলুৱা কৰ্মচাৰীক চাকৰিৰ পৰা খেদি বহিঃৰাজ্যৰ কৰ্মচাৰীক নিযুক্তি প্ৰদানৰ প্রস্তুতি চলাইছে বুলি অভিযোগ উঠিছে। সমান্তৰালভাৱে বেংকটোৰ গুৱাহাটীস্থিত মুখ্য কার্যালয় বাংগালুৰুলৈ স্থানান্তৰিত কৰা প্রক্রিয়া অব্যাহত আছে।

RelatedPosts

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

উল্লেখ্য যে শ্লাইছ নামৰ কোম্পানীটোরে নর্থ-ইষ্ট স্মল ফাইনেন্স বেংকটো ক্ৰয় কৰাৰ সময়ত বেংকটোৰ নাম সলনি কৰা নহয় বুলি উত্তৰ-পূৱৰ প্ৰায় দুই কোটি গ্রাহকক আশ্বাস প্রদান কৰিছিল যদিও সম্প্রতি কোম্পানীটোৱে বেংকটোৰ নাম সলনি কৰিবলৈ তৎপৰতা অব্যাহত ৰাখিছে। ইয়াক লৈ বেংকটোৰ গ্ৰাহকসকলে ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্রকাশ পোৱা অনুসৰি, কোম্পানীটোৱে বেংকটোৰ নাম ‘শ্লাইছ স্মল ফাইনেন্স বেংক’ কৰাৰ বাবে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। নাম সলনিৰ বাবে ইতিমধ্যে বেংকটোৱে ৰিজার্ভ বেংকৰ পৰা আপত্তিবিহীন প্রমাণপত্র লাভ কৰিছে।

ইফালে, কোম্পানীটোৰ শেহতীয়া কার্যকলাপে বেংকটোৰ ভিতৰচ’ৰাত জোঁকাৰণিৰ সৃষ্টি কৰিছে। বেংকটোৰ শীৰ্ষ সূত্ৰই সদৰী কৰা অনুসৰি, উত্তৰ-পূৱৰ গ্ৰাহকৰ ওপৰত নিৰ্ভৰ কৰিয়েই বেংকটোৱে নিজৰ ব্যৱসায় অব্যাহত ৰাখিছিল। উত্তৰ-পূৱত বেংকটোৰ ২১৪টা শাখা আছে আৰু অসমত ১৩৯টা শাখা আছে। অসম তথা উত্তৰ-পূৱৰ দুই কোটি গ্ৰাহকৰ বিনিয়োগৰ জৰিয়তে বেংকটোৰ শেহতীয়া সম্পত্তিৰ পৰিমাণ হৈছে প্রায় এহেজাৰ কোটি টকা।

এই বেংকটোৱে উত্তৰ-পূবৰ দুহেজাৰৰো অধিক শিক্ষিত যুৱক-যুৱতীৰ সংস্থাপনৰ বাট প্রশস্ত কৰি আহিছে বুলি সূত্ৰটোৱে সদৰী কৰি কয় যে শেহতীয়াকৈ বেংকটোৰ নতুন কর্তৃপক্ষই বেংকটোত দীর্ঘদিন ধৰি কাম কৰি অহা বহুজনক চাকৰি এৰি যাবলৈ নিৰ্দেশনা জাৰি কৰিছে। বিভিন্ন অজুহাতত অসমৰ বহু যুৱক-যুৱতীক বেংক কর্তৃপক্ষই চাকৰিৰ পৰা খেদি পঠিয়াইছে বুলি সূত্রটোরে প্ৰকাশ কৰি এই পদসমূহত উত্তৰ-পূৱৰ বাহিৰৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ প্ৰস্তুতি চলোৱাৰ অভিযোগ তোলে।

সূত্রত প্রকাশ যে নামত বেংকটোৰ মূখ্য কাৰ্যালয় গুৱাহাটীত আছে যদিও সকলো কাম বাংগালুৰুৰ পৰা সম্পাদন হৈছে। বহিঃৰাজ্যৰ যুৱক-যুৱতীক নিযুক্তি দিয়ক ক’বলগীয়া নাই; কিন্তু থলুৱা যুৱক-যুৱতীসকলক ছাটাই কৰাটো গ্রহণযোগ্য নহয়। কিয়নো বেংকটোৰ শাখা কেৱল উত্তৰ-পূবত আছে আৰু উত্তৰ-পূৱৰ জনতাৰ ধনেৰে বেংকটো চলি আছে। প্রথম অৱস্থাত বেংকটোৰ নাম সলনি নহয় বুলি শ্লাইছ কর্তৃপক্ষই সদৰী কৰিছিল যদিও সকলোকে আচৰিত কৰি বেংকটোৰ নাম সলনি কৰা প্ৰক্ৰিয়া ৯০ শতাংশ সম্পন্ন কৰা হৈছে।

উল্লেখ্য যে বেংকটোৱে থলুৱা কৰ্মচাৰীক কামৰ পৰা উলিয়াই দিয়া বিষয়ক লৈ সৰৱ হৈ পৰিছে জাতীয় দল-সংগঠনসমূহ। শীঘ্রে বেংকটোরে সিদ্ধান্ত সলনি নকৰিলে আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GuwahatiName ChangeNorth -East Small Finance BankPublic Complaint
publisher

publisher

Related Posts

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
WB- Tamilnadu Election Polling:আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ

Heroin Seized in Noonmati: নুনমাটি আৰক্ষীৰ জালত হেৰ’ইন সৰবৰাহকাৰী

April 22, 2026
Nitin Gadkari:পেট্ৰ’ল-ইথানল মিশ্ৰণৰ পৰিৱৰ্তে সম্পূৰ্ণ ইথানললৈ লক্ষ্য নীতিন গাডকাৰীৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d