OC of Golaghat Police Station Jitumani Deka was suspended for attending Sumi Bora’s wedding: চুমি বৰাৰ বিয়া খাবলৈ গৈ নিলম্বিত গোলাঘাট থানাৰ অ’চি জিতুমণি ডেকা

oc golaghat 1

OC of Golaghat Police Station Jitumani Deka was suspended for attending Sumi Bora’s wedding:

➡️ট্রেডিং কেলেংকাৰিক লৈ অসম আৰক্ষীৰ কঠোৰস্থিতি ৷

➡️ট্রেডিং কেলেংকাৰিৰ অন্যতম মাষ্টাৰ মাইণ্ড চুমি বৰাৰ বিয়া খাবলৈ যোৱা আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ৷

➡️চুমি বৰাক স্বামীসহ পলায়নত সহযোগ কৰাৰ অভিযোগ আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে৷

➡️চৰ্চিত বিষয়া গৰাকী গোলাঘাট থানাৰ অ’চি জিতুমণি ডেকা ৷

➡️অ’চি জিতুমণি ডেকাক নিলম্বন ৷

Exit mobile version