One Paddlar arrested with fake gold boat at New Bongaigaon junction:নিউ বঙাইগাঁও জংচনত নকল সোণৰ নাওসহ এজনক আটক

paddlar

One Paddlar arrested with fake gold boat at New Bongaigaon junction:

নিউ বঙাইগাঁও জংচনত জিআৰপিএফৰ অভিযানত নকল সোণৰ নাও সহ বহি:ৰাজ্যৰ সৰবৰাহকাৰী আটক । বিশেষ খবৰৰ ভিত্তিত নিউ বঙাইগাঁও জংচনত ৰৈ থকা নামনিমুৱা তিনিচুকীয়া-টাম্বৰম এক্সপ্ৰেছত জি আৰ পিএফৰ এটা দলে অৰ্তকিতে অভিযান চলাই এটা ডবাৰ পৰা আটক কৰে ওড়িশাৰ সুশান্ত প্ৰধান নামৰ লোকজনক ৷

ধৃত লোকজনৰ পৰা উদ্ধাৰ কৰা হয় নকল সোণৰ নাও ৷ ইতিমধ্যে আটকাধীন লোকজনক অধিক তথ্যৰ বাবে জেৰা চলাইছে।

Exit mobile version