Cpi(M)Leader Sitaram Yechury Passed Away:বৰ্ষীয়ান কমিউনিষ্ট  সীতাৰাম য়েচুৰীৰ দেহাৱসান

SITARAM

Cpi(M)Leader Sitaram Yechury Passed Away:

➡️দেশৰ বৰ্ষীয়ান ৰাজনীতিক সীতাৰাম য়েচুৰীৰ দেহাৱসান

➡️চিপিআই এমৰ জ্যেষ্ঠ নেতা গৰাকী শ্বাহ- প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছিল ৷

➡️যাৰবাবে ভৰ্তি কৰি আছিল নতুন দিল্লীৰ এইমছত৷

➡️চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে কমৰেড গৰাকীয়ে।

Exit mobile version