Horoscope:ৰাশিফল
মেষ: নতুন সংবাদে আনন্দ দিব। সম্পদ লাভ। আনৰ পৰা সহায় পাব। আবেগ বৰ্জন কৰক। শুভ ৰং নীলা। শুভ সংখ্যা ২।
বৃষ: কৰ্মত উদাৰতা থাকিব। সম্পদ লাভ। প্রেমত শুভ। আত্মচিন্তা বৃদ্ধি পাব। নতুন কর্মসংস্থাপনৰ যোগ। শুভ ৰং সোণালী। শুভ সংখ্যা ৫।
মিথুন: বিদ্যা-বুদ্ধিত শুভ। খং কমাওক। শাৰীৰিক আৰু মানসিক শ্রম বৃদ্ধি। বজৰংবলীক পূজা কৰক। শুভ ৰং মাখন । শুভ সংখ্যা ৮।
কর্কট: কৰ্মত উন্নতিৰ যোগ। সততাৰ পৰিচয় দিব পাৰিব। দুখীয়াক অন্ন দান কৰিব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৪।
সিংহ: কৰ্মত পদোন্নতিৰ যোগ। গোপন শত্রু বৃদ্ধি। ক্ৰিড়াৰ লগত জড়িত ব্যক্তিৰ উন্নতি। খৰচ বৃদ্ধি। শুভ ৰং পাতল গুলপীয়া। শুভ সংখ্যা ৬।
কন্যা: শিং থকা জন্তুৰ পৰা সাৱধান হওক। বদহজম হ’ব পাৰে। গোপন শত্ৰুৰ পৰা সাৱধান। কৰ্মত মধ্যম। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।
তুলা: কৰ্মতৎপৰতা বৃদ্ধি। পশ্চিম দিশত ভ্রমণ কৰিলে লাভৱান হ’ব। প্রতিযোগিতামূলক পৰীক্ষাত উন্নতি। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৪।
বৃশ্চিক: বৃক্ক ৰোগত কষ্ট হ’ব পাৰে। কৰ্মত উৎসাহ, উদ্দীপনা বৃদ্ধি। সামাজিক কামত নিষ্ঠা বৃদ্ধি। শুভ ৰং আকাশী। শুভ সংখ্যা ২।
ধনু: গজাননক স্মৰণ কৰক। কামৰ ব্যস্ততা বৃদ্ধি পাব। ঘৰুৱা শত্রু বৃদ্ধি। শুভ ৰং কমলা। শুভ সংখ্যা ৮।
মকৰ: কৰ্মত নিষ্ঠা থাকিব। মানসিক অশান্তি হ’ব পাৰে। বিবাহৰ যোগ। আয়- ব্যয় সমানে চলিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৩।
কুম্ভ: কর্মত অগ্রগতি বৃদ্ধি। ফুৰা-চকাত সাৱধান হওক। খৰচ বৃদ্ধি। মাতৃৰ শুভ। শুভ ৰং মেৰুণ। শুভ সংখ্যা ১।
মীন: আশাবাদী চিন্তাত ব্রতী হ’ব। কর্মত উন্নতি। সন্মান বৃদ্ধি। শুভ ৰং আকাশী। শুভ সংখ্যা ৬।