ADRE question paper goes viral again: ADREৰ প্ৰশ্নকাকত ভাইৰেলক লৈ পুনৰ বিতৰ্ক 

basumati

ADRE question paper goes viral again:

➡️ADREৰ প্ৰশ্নকাকত ভাইৰেলক লৈ পুনৰ বিতৰ্ক ৷

➡️ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত ভাইৰেলৰ অভিযোগ ৷

➡️ইতিমধ্যে ম’বাইল ম’বাইলে ভাইৰেল প্ৰশ্নকাকতৰ পিডিএফ ফৰ্মেটৰ ভিডিঅ ৷

➡️পৰীক্ষাৰ বাবে সমগ্ৰ ৰাজ্যতে বন্ধ আছিল ইন্টাৰনেট সেৱা ৷

➡️পৰীক্ষাৰ্থী কেন্দ্ৰলৈ নিয়াত বাধাৰোপ আছিল ম’বাইল ফোন, ইলেক্ট্রনিক সামগ্রী ৷

➡️পৰীক্ষা সম্পন্নৰ পিছত পৰীক্ষাৰ্থীয়ে ঘৰলৈ প্ৰশ্নকাকত নিয়াত বাধাৰোপ ৷

➡️পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ পূৰ্বে তন্নতন্নকৈ তালাচী চলোৱা হৈছিল ৷

➡️ধেমাজিৰ চিমেন চাপৰিৰ পৰীক্ষা কেন্দ্ৰৰ পৰা হৈছিল প্রশ্ন কাকত ভাইৰেল ৷

➡️উপেন্দ্র নেচনেল একাডেমিৰ পৰা ভাইৰেল হৈছিল পৰীক্ষাৰ প্ৰশ্নকাকত ৷

➡️মঙল সিং বসুমতাৰী নামৰ  যুৱকজনে প্ৰশ্নকাকত ফটো তোলাৰ সন্দেহ ৷

➡️ বসুমতাৰী আছিল পৰীক্ষাৰ বাবে নিয়োজিত ভিডিঅ’গ্ৰাফাৰ ৷

➡️বসুমতাৰীয়ে দেওবাৰে বিয়লি ২-১৭ বজাত ম’বাইলৰে প্ৰশ্নকাকতৰ ফটো তুলিছিল ৷

➡️বসুমতাৰীয়ে সোমবাৰে বিয়লি ৪-১৫ বজাত প্ৰশ্নকাকত চ’ছিয়েল মেডিয়াত ভাইৰেল কৰাৰ অভিযোগ ৷

➡️বসুমতাৰী সহ আন দুই শিক্ষকক সোধপোছ আৰক্ষীৰ ৷

 

 

Exit mobile version