Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Kaliabar:কলিয়াবৰৰ লুইতৰ বালিচাপৰিৰ কঁহুৱা বনত শুকুলা চাদৰৰ আচ্ছাদন

samimsultana by samimsultana
September 16, 2024
in India, Assam, News
Reading Time: 1 min read
0
Kaliabar:কলিয়াবৰৰ লুইতৰ বালিচাপৰিৰ কঁহুৱা বনত শুকুলা চাদৰৰ আচ্ছাদন
2
SHARES
23
VIEWS
ShareShareShareShare

Kaliabar:

তোমাৰ উশাহ কঁহুৱা কোমল, শেৱালি কোমল হাঁহি, হাঁহিৰে হৃদয় ভৰিলে সোণাই, এটি কিবা মিঠা বাঁহী.. সুধাকণ্ঠৰ এই কালজয়ী গীতটিতে যেন লুকাই আছে সুৱাসিত শৰতত কঁহুৱা ফুলৰ মায়াময় ছন্দ। এতিয়া লুইতৰ চাপৰিত শুকুলা আবেশেবে কঁহুৱা ফুলিছে। জটিল সময়ৰ অশান্ত মনত। শান্তিৰ পৰশ বোলাই শৰতৰ লগেলগে যেন আহিনৰো বতৰা আনিছে কঁহুৱা ফুলডৰাই। শ্ৰতৰ বতৰা লৈ এতিয়া কলিয়াবৰৰ লুইতৰ চাপৰিত, কলঙৰ বাকৰিত কঁহুৱা ফুলৰ শুকুলা চাদৰৰ আচ্ছাদন। কলিয়াবৰৰ সেউজ শোভাত যেন এক নৱ পৰশ দিছে কঁহুৱা ফুলে। কঁহুৱাক লৈ অসমীয়া জনজীৱনত আছে এক আবেগ। গীতি কবিৰ কাপেৰে নিগৰিছে কঁহুৱা ফুলৰ সৌন্দৰ্যৰ বহু গীত, কবিতা, অলেখ্য শৰতৰ বতৰা লৈ কঁহুৱাই যুগে যুগে জীপাল কৰি আহিছে অসমীয়াৰ মন প্রাণ হৃদয়।

ADVERTISEMENT

kahua23খেয়ালী প্রকৃতিৰ অনন্য সম্ভাৰ এই কঁহুৱা বন সাধাৰণতে গজি উঠে নৈ, জন-জুৰিৰ দাঁতিত। এই কঁহুৱাৰ আছে বহু কাম। সাধাৰণতে তাহানিৰ গ্রাম্য জীৱনৰ এক অবিচ্ছেদ্য, অভিন্ন অংগ এই কঁহুৱা। গাঁৱৰ ঘৰখনৰ ছালখন চাৱনি কৰাৰ পৰা বেৰখন সাজি উলিওৱালৈকে বহু কামতেই গঞাই ব্যৱহাৰ কৰা কঁহুৱা। বহু গ্রামাঞ্চলত কহুৱা কটাৰ নামত এক অলিখিত উৎসৱ পালনৰ দৰেই হয়। দল বান্ধি গৰু-ম’হৰ গড়ী লৈ কঁহুৱা কাটিবলৈ যায় ৰাইজ। ইয়াৰেই পুৰণ হয় বছৰটোৰ ঘৰ সজাৰ
প্রয়োজন।

RelatedPosts

Kaliabar:কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধাৰ মাজেৰে ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীত মৌন প্রতিবাদ

Road Block in Kaliabar:কলিয়াবৰত চাৰিলেণ্ডযুক্ত ৰাজপথৰ দাবীত ৰাজপথ অৱৰোধ

AASU President Reaction:উৰিয়ামঘাটত হ’ব লগা উচ্ছেদক লৈ কলিয়াবৰত ডাঙৰ মন্তব্য আছুৰ সভাপতি উৎপল শৰ্মাৰ

অৱশ্যে আজি এই ছবিখন দুর্লভ। প্রাপ্ত তথ্য অনুসৰি, কঁহুৱা বন বা খাগৰী বা বনৰীয়া কুঁহিয়াৰক বাংলাত কাশ বুলি কোৱা হয়। ই এবিধ তৃণ জাতীয় উদ্ভিদ। এই বনবিধৰ বৈজ্ঞানিক নাম ‘ছ্যাচাৰাম স্পন্টেনিয়াম’। ই ছ্যাচাৰাম গণ আৰু স্পন্টেনিয়াম প্রজাতিৰ অন্তর্ভুক্ত। অসমত কঁহুৱা নামেৰে জনাজাত এই বনবিধ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ উপৰিও দক্ষিণ আফ্রিকা আৰু হিমালয়ৰ কাষৰীয়া ঠাই নেপাল, ভুটান আদিত প্ৰচুৰ পৰিমাণে পোৱা যায়। এই বনবিধ সাধাৰণতে নদী কাষৰীয়া অঞ্চলত প্ৰচুৰ পৰিমাণে গজে। এতিয়া ই ফুলাৰ সময়। এই তৃণ জাতীয় উদ্ভিদবিধ একবীজপত্রী।

ইয়াৰ শিপা গুচ্ছ মূল জাতীয়। এই বনবিধৰ জীৱনকাল দুবছৰ। ইহঁতৰ উচ্চতা তিনি মিটাৰলৈকে হয়। নৈ পাৰৰ বালি আঁহিয়া মাটিত ইয়াৰ বিকাশ ভাল হয়। কহুৱা বনৰ বীজবোৰে পানীৰ মাধ্যমেৰে ইঠাইৰ পৰা সিঠাইলৈ যায়। কঁহুৱাৰ ফুলবোৰ বগা বৰণৰ আৰু আকাৰত দীঘলীয়া।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ অন্যতম প্রধান খাদ্য এই বহুৱা বন। গৰু, ম’হ আদিয়েও ইয়াক খাদ্য হিচাপে গ্রহণ কৰে। গাঁও অঞ্চলত এইবিধ বন ঘৰৰ চাল চোৱা কামত প্রায়ে ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ উপৰি ঠাই সাৰিবলৈ ব্যৱহাৰ কৰা শোটা আদি বনাবলৈয়ো কঁহুৱা বনৰ ব্যৱহাৰ হয়। ইয়াৰোপৰি বহুৱা বন আয়ুর্বেদিক চিকিৎসাৰ বাবেও ব্যৱহাৰ হয়। কঁহুৱাক লৈ যুগে যুগে সৃষ্টি হৈ আহিছে বিভিন্ন কাব্য চর্চা। সংস্কৃত ভাষাতো আছে বহু কাব্য সম্ভাৰ। অসমীয়া জন-জীৱনৰ দৰেই কৃষ্টিৰ আখৰাস্থলী আৰু সাহিত্যৰ পথাৰখনতো আছে বহু কবিতা, গীত।

যি সময়ে সময়ে সমাজলৈ কঢ়িয়াই আনিছে প্রশান্তিৰ বাৰ্তা। শেষত অশান্ত সময়ত শান্তিৰ ভাষা বিলোৱা গীতি কবিৰ ভাষাৰেই কঁহুৱাৰ হৈ কওঁ-কঁহুৱা বন, মোৰ অশান্ত মন, আলফুল হাতেৰে লোৱা সাৱটি।’ কঁহুৱা বনৰ ফুলৰ দৰেই শুভ্র-সুন্দৰ হওঁক আজিৰ সময়বোৰৰ লগতে সমাজখন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: KaliabarKolong River BankSacharum Spentonium
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d