Sankarjyoti resigned from the primary membership of the AASU:কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ পূৰ্বে আছু এৰিলে শংকৰজ্যোতি বৰুৱাই

আছুৰ প্রাথমিক সদস্যৰ পৰাও অব্যাহতি শংকৰজ্যোতিৰ

sankar jyoti

Sankarjyoti resigned from the primary membership of the AASU:

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি লোৱাৰ পাছত বুধবাৰে শংকৰজ্যোতি বৰুৱাই প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতি লয় ৷

উল্লেখ্য যে,বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়স্থ আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱাৰ কথা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা ৷ এই সভাৰ পূৰ্বে শংকৰজ্যোতি বৰুৱাই প্ৰাথমিক সদস্য পদৰ পৰা হঠাতে পদত্যাগ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

১৩ ছেপ্টেম্বৰত আছুৰ সাধাৰণ সম্পাদক পদৰ অব্যাহতি লৈ কেন্দ্ৰীয় নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰিছিল শংকৰজ্যোতিয়ে।

Exit mobile version