Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sankor Jyoti Baruah resigns From Aasu Gen Secy: আছুৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি শংকৰজ্যোতি বৰুৱাৰ ফেচবুকযোগে এই ঘোষণা কৰে শংকৰজ্যোতিৰ

publisher by publisher
September 12, 2024
in Uncategorized
Reading Time: 2 mins read
0
Sankor Jyoti Baruah resigns From Aasu Gen Secy: আছুৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি শংকৰজ্যোতি বৰুৱাৰ ফেচবুকযোগে এই ঘোষণা কৰে শংকৰজ্যোতিৰ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Sankor Jyoti Baruah resigns From Aasu Gen Secy:

অৱশেষত আজি আছুৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি ল’লে শংকৰজ্যোতি বৰুৱাই ৷ ফেচবুকযোগে এই কথা সদৰি কৰে সাধাৰণ সম্পাদক গৰাকীয়ে । তেওঁৰ ফেচবুক পোষ্টটোত কয় ‘নমস্কাৰ ৷ আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াত আমাৰ সন্দৰ্ভত এক বিতৰ্কৰ সৃষ্টি হৈছে। এই বিতৰ্কৰ সত্য সত্যতা যদিও ন্যায়ালয়ত প্ৰমাণ হ’ব তথাপিও ব্যক্তিগতভাৱে জনাব বিচাৰো যে মই সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা সাধাৰণ সম্পাদক হিচাপে স্ব-ইচ্ছাই অব্যাহতি গ্ৰহণ কৰিছোঁ। ক্ষন্তেক পিছতে কেন্দ্ৰীয় সমিতিলৈ মোৰ অব্যাহতি পত্ৰ প্ৰেৰণ কৰিম ৷ আজিৰ এই মূহূৰ্তলৈকে আপোনালোকে আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে সকলোৰে ওচৰত কৃতজ্ঞ হৈ ৰ’ম ৷ ধন্যবাদ৷ সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ। জয় আই অসম।’

ADVERTISEMENT

উল্লেখ্য যে,গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে প্ৰেম-প্ৰতাৰণাজনিত বহু গুৰুতৰ অভিযোগ উত্থাপন কৰি আছুৰ সাধাৰণ সম্পাদক গৰাকীৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ ৷ ইয়াৰ পাছতে এই বিষয়ক লৈ ব্যাপক চৰ্চা লাভ কৰিছিল ৷

অৱশ্যে পিছত মুখ খুলে শংকৰজ্যোতি বৰুৱাই ৷এই সন্দৰ্ভত বৰুৱাই কয়,শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত আমাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। এই বিতৰ্কৰ সত্যাসত্যতা ন্যায়ালয়ত প্ৰমাণিত হ’ব’। আচলতে সকলো মানুহে প্ৰেম কৰে, প্ৰেম ভালকৈ চলি থকাৰ সময়ত যিখিনি কথা-বতৰা হয় সেই গোটেইখিনি কথা মই স্বীকাৰ কৰিছোঁ। পৰৱৰ্তী সময়ত যিখিনি কথা-বতৰা আহিছে, প্ৰেমত সংঘাত আহিব পাৰে, প্ৰেম বিশ্বাসৰ ওপৰত চলে। প্ৰেমৰ মধুৰ সম্পৰ্ক প্ৰেম কৰা মানুহে জানে। মই গোটেইখিনি কথা কৈ থাকিব বিচৰা নাই। আদালতৰ মজিয়াত মোৰ ক’বলগা কথাবোৰ ক’ম।’

আনহাতে সাধাৰণ সম্পাদক গৰাকীৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ পাছতে আছুৰ দুই শীৰ্ষ নেতা মুখ্য উপদেষ্টা ড:সমজ্জুল ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল যে শংকৰজ্যোতি কেন্দ্ৰীক বিষয়টোক লৈ আছুৱে গম্ভীৰভাৱে লৈছে ইতিপূৰ্বে তেওঁৰ স’তে আলোচনা কৰা হৈছে ৷ আমাৰ পৰামৰ্শ তেওঁ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি লওক ।

মনকৰিবলগীয়া যে,আছুৰ দুই শীৰ্ষ নেতাই শংকৰজ্যোতিক পদৰ পৰা অব্যাহতি ল’বলৈ আহ্বান জনোৱাৰ পাছতে গৰজি উঠে উজনিৰ আঠ জিলাৰ আছুৰ নেতৃবৰ্গ ৷ যাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ মূখ্য কাৰ্যালয়ত ৭ খন জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হোৱাৰ কথা ৷ কিন্ত সভাৰ প্ৰাকমুহূৰ্ততে আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি লয় শংকৰ জ্যোতি বৰুৱাই । এনেক্ষেত্ৰত আঠ জিলাৰ আছু নেতৃত্বৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব সেইয়া হ’ব লক্ষণীয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: resigns From Aasu Gen SecySankor Jyoti Baruah
publisher

publisher

Related Posts

ACS officer Nupur Bora:অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত ACS নুপুৰ বৰাৰ
Uncategorized

September 11, 2026
অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়
Uncategorized

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়

September 10, 2026
কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d