Assam Motor Workers Union Joint Forum protests In Isbt: মহানগৰীৰ আইএছবিটিৰ সন্মুখত উত্তাল প্ৰতিবাদ অসম মটৰ শ্ৰমিক সংগঠনৰ যৌথমঞ্চৰ

isbt

Assam Motor Workers Union Joint Forum protests In Isbt:

বুধবাৰে মহানগৰীৰ বেটকুছিৰ আই এছ বি টিৰ সন্মুখত উত্তাল প্ৰতিবাদ অসমৰ মটৰ শ্রমিক সংগঠনসমূহৰ যৌথমঞ্চৰ ৷

মটৰ ভেহিকেল (সংশোধনী) আইন ২০১৯ বাতিল কৰা সহ আন কেতবোৰ দাবীত শ্ৰমিক সংগঠনটোৱে ‘অভিনৱ প্রতিকী প্রতিবাদ’ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

প্ৰতিবাদ কাৰ্যসূচীৰ অংশ লোৱা মটৰ শ্রমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ কৰ্মী সকলে হাতত প্লেকাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷

Exit mobile version