Controversial RTI activist Dulal Barah remanded in Sonari police custody for five days: বিতৰ্কিত আৰটিআই কৰ্মী দুলাল বৰাক ৫ দিনৰ আৰক্ষী জিম্মালৈ

dulal bora 1

Controversial RTI activist Dulal Barah remanded in Sonari police custody for five days :

➡️বিতৰ্কিত আৰটিআই কৰ্মী দুলাল বৰাক ৫ দিনৰ আৰক্ষী জিম্মালৈ

➡️সোণাৰি আৰক্ষীয়ে শুক্ৰবাৰে চৰাইদেউ সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰিছিল বৰাক ৷

➡️সোণাৰি আৰক্ষীয়ে দুলাল বৰাক চলাব জেৰা ৷

➡️চৰাইদেউ জিলাৰ বিজেপি নেতা তথা পঞ্চায়তৰ প্ৰাক্তন সভাপতি দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাৰ স’তে নাম সাঙোৰ খাইছিল দুলাল বৰা ৷

➡️ঘটনা সংঘটিত হোৱা পাছৰে পৰা আত্মগোপন কৰি আছিল বৰা ৷

➡️১৮ ছেপ্তেম্বৰত দুলাল বৰা দিল্লীলৈ গৈ বেমাৰৰ ভাও জুৰি ভৰ্তি হৈছিল কাৰ্লা হাস্পতালত ৷

➡️মঙলবাৰে নিশা দিল্লী আৰক্ষী অপৰাধ শাখাই হাস্পতালৰে পৰাই গ্ৰেপ্তাৰ কৰে।

➡️বুধবাৰে ট্ৰেনজিত জিন্মাত ল’বৰ বাবে তিনিজনীয়া আৰক্ষী দল গৈছিল দিল্লীলৈ ৷

➡️বৃহস্পতিবাৰে সোণাৰি আৰক্ষীয়ে দুলাল বৰাক ট্ৰেনজিত জিন্মাত লৈ বিমানেৰে গুৱাহাটী উপস্থিত হয় ৷

➡️শুক্ৰবাৰে পুৱাই চৰাইদেওলৈ নিয়া হয় ৷

Exit mobile version